Chapter 2
বচন
1. কোনপ্ৰকাৰ বচনত উদ্দেশ্য আৰু বিধেয় উভয়ে ব্যাপ্ত ?
(ক) P বচনত
(খ) E বচনত
(গ) J বচনত
উত্তৰঃ (খ) E বচনত
2. বিশেষ সদৰ্থক বচনত সাংকেতিক নাম কি ?
(ক) B বচন
(খ) T বচন
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) T বচন
3. ‘O’ বচনত কোন পদ ব্যাপ্ত ?
(ক) উদ্দেশ্য পদ
(খ) বিধেয়ক পদ
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (খ) বিধেয়ক পদ
4. বাক্য আৰু বচন দুয়োটা একেনে ?
(ক) হয়
(খ) নহয়
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) নহয়
5. গুণ অনুসৰি বচনক কেইটা ভাগত ভগোৱা হয় ?
(ক) তিনিটা
(খ) দুটা
(গ) এটা
উত্তৰঃ (খ) দুটা
6. ‘A’ বচনটো সাৰ্বিক সদৰ্থক হয়নে ?
(ক) নহয়
(খ) হয়
(গ) ওপৰৰ দুয়োটা
উত্তৰঃ (খ) হয়
7. বচনৰ বিধেয় এটা কি ?
(ক) পদ
(খ) শব্দ
(গ) বচন
উত্তৰঃ (ক) পদ
8. এটা বচনত কেইটা পদ থাকে ?
(ক) তিনিটা
(খ) দুটা
(গ) পাঁচটা
উত্তৰঃ (খ) দুটা
9. ‘E’ বচনটো কি বচন ?
(ক) উদ্দেশ্য
(খ) সাৰ্বিক
(গ) সদৰ্থক
উত্তৰঃ (খ) সাৰ্বিক
10. সংকল্পক বচনৰ ভাগ কেইটা ?
(ক) এটা
(খ) তিনিটা
(গ) দুটা
উত্তৰঃ (গ) দুটা
11. অনিবাৰ্য বচন কি বটনৰ এটা ভাগ ।
(ক) নিশ্চয়তা
(খ) বিশ্বাস
(গ) আত্মনিৰ্ভৰশীলতা
উত্তৰঃ (ক) নিশ্চয়তা
12. বচন সদায় কি কালত থাকিব পাৰে ?
(ক) ভৱিষ্যৎ কাল
(খ) বৰ্তমান কাল
(গ) অতীত কাল
উত্তৰঃ (খ) বৰ্তমান কাল
13. বাক্য যিকোনো কালৰ হ’ব পাৰে নে ?
(ক) পাৰে
(খ) নোৱাৰে
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (ক) পাৰে