Chapter 3
প্ৰাগৈতিহাসিক নৃতত্ত্ব
১. জীৱ জগতৰ ভিতৰত আটাইতকৈ শ্ৰেষ্ট জীৱ কোন ?
(ক) মানুহ
(খ) জীৱ-জন্তু
(গ) ওপৰৰ দুয়োটাই শুদ্ধ
উত্তৰঃ (ক) মানুহ
২. যিকোনো এবিধ আহিলা বা সঁজুলি তৈয়াৰ কৰিবলৈ কিহৰ প্ৰয়োজন ?
(ক) গছৰ ডাল
(খ) কেঁচা সামগ্ৰীৰ
(গ) শুকান গছৰ
উত্তৰঃ (খ) কেঁচা সামগ্ৰীৰ
৩. শিল এবিধ কি পদাৰ্থ ?
(ক) কঠীন আৰু স্থায়ী
(খ) সৰল
(গ) ডাঠ
উত্তৰঃ (ক) কঠীন আৰু স্থায়ী
৪. কঠিন মিহি দানাযুক্ত আৰু ছিলিকা নামৰ পদাৰ্থেৰে গঠিত শিলক কি নামেৰে জনা যায় ?
(ক) ‘চাৰ্ট’
(খ) ‘কোৱাৰ্টজাইট’
(গ) ‘ফ্লিণ্ট’ শিল
উত্তৰঃ (গ) ‘ফ্লিণ্ট’ শিল
৫. ‘ফ্লিণ্টৰ’ আগত ‘কোৱাৰ্টজাইট’ শিল ব্যবহৃত হৈছিল ?
(ক) হয়
(খ) নহয়
(গ) ওপৰৰ এটাও নহয়
উত্তৰঃ (খ) নহয়
৬. কঠীন শিল সদৃশ পদাৰ্থ কিছুমান জুইত গলাই শিলৰ হাতুৰীৰে কোবাই প্ৰস্তুত কৰা ধাতু বিধক কি বোলে ?
(ক) লোহা
(খ) তাম
(গ) ব্ৰ’ঞ্জ
উত্তৰঃ (খ) তাম
৭. তাম ধাতু ব্যৱহাৰ কৰা যোগটোক কি যুগ বোলে ?
(ক) তাম্ৰ যুগ
(খ) ব্ৰ’ঞ্জযুগ’
(গ) মধ্য যুগ
উত্তৰঃ (ক) তাম্ৰ যুগ
৮. খৃঃ পূঃ প্ৰায় কিমান বছৰৰ আগত তাম ধাতুৰ প্ৰচলন হৈছিল ?
(ক) ৭০০০
(খ) ২০০০
(গ) ৫০০০
উত্তৰঃ (গ) ৫০০০
৯. মানৱ ইতিহাসৰ প্ৰায় কিমান বছৰৰ কাল সঁজুলি নিৰ্মাণত ব্ৰ’ঞ্জ ধাতু প্ৰচলিত হৈছিল ?
(ক) ৯০০০
(খ) ২০০০
(গ) ৩০০০
উত্তৰঃ (খ) ২০০০
১০. লোৰ ব্যৱহাৰ মানৱ সমাজত খৃঃ পূঃ কিমান বছৰ আগতে আৰম্ভ হৈছিল ?
(ক) ১০০০
(খ) ২০০০
(গ) ৩০০০
উত্তৰঃ (ক) ১০০০
১১. লোৰ ব্যৱহাৰ কৰা যোগটোক কি যোগ বুলি কোৱা হয় ?
(ক) ‘লৌহ’ যুগ
(খ) ব্ৰ’ঞ্জযুগ’
(গ) ‘তাম্ৰ’ যুগ
উত্তৰঃ (ক) ‘লৌহ’ যুগ
১২. হুক মানে কি ?
(ক) ঢিপ
(খ) ভূমি
(গ) স্তৰ
উত্তৰঃ (ক) ঢিপ
১৩. আজিৰ পৰা কিমান শতিকাৰ পৰা তুৰুস্কত গৰু পুহিছিল বুলি অনুমান কৰিছিল ?
(ক) ৬৭০০
(খ) ৫৮০০
(গ) ৭০০০
উত্তৰঃ (খ) ৫৮০০
১৪. জাৰমোতত আজিৰ পৰা খ্ৰিঃ পূঃ কিমান বছৰ আগতে খেতি প্ৰথা আৰু জন্তু পোহাৰ আৰম্ভ কৰিছিল ?
(ক) ৬০০০
(খ) ১১০০
(গ) ১৮০০
উত্তৰঃ (ক) ৬০০০
১৫. ‘কিছেন-মিডেন’ শব্দই কিহৰ আৱৰ্জনাৰ দ’ম বুজায় ?
(ক) ৰাস্তাৰ
(খ) ৰান্ধনী ঘৰৰ
(গ) খেল পথাৰৰ
উত্তৰঃ (খ) ৰান্ধনী ঘৰৰ
১৬. মেগলেম’ছিয়াম সমস্কৃতিত কি নামৰ পদাৰ্থৰ ওপৰত কটা কিছুমান মূৰ্তি পোৱা যায় ?
(ক) এম্বাৰ
(খ) ‘ফ্লিণ্ট’
(গ) ‘কোৱাৰ্টজাইট’
উত্তৰঃ (ক) এম্বাৰ
১৭. কিমান বছৰ আগয়ে প্লাইছটছিন যুগত অন্ত পৰিছিল ?
(ক) ১০ হাজাৰ
(খ) ১২ হাজাৰ
(গ) ১৫ হাজাৰ
উত্তৰঃ (ক) ১০ হাজাৰ
১৮. মেগডালেনিয়াৰ সংস্কৃতিটো লাৰটেট নামৰ প্ৰত্নতত্ত্ববিধ এজনে কিমান চনত ফৰাচী দেশৰ লা-মেডেলিন নামৰ ঠাইৰ পৰা আৱিস্কাৰ কৰিছিল ?
(ক) ১৮৯৯
(খ) ১৮৬০
(গ) ১৬৯০
উত্তৰঃ (খ) ১৮৬০
১৯. হস্তকুঠাৰ বোৰ আকাৰ কেনেকোৱা ?
(ক) মধ্যমীয়া
(খ) ডাঙৰ
(গ) সৰু
উত্তৰঃ (গ) সৰু
২০. শিলৰ কাঁড়ৰ আগভাগটো জোঙা কিন্তু কিছুমানৰ আগভাগটো বহল আৰু ধাৰযুক্ত এই শ্ৰেণীৰ কাড়াগ্ৰক কি কাঁড় বোলে ?
(ক) ‘বটালী মুখীয়া’
(খ) নাহী
(গ) ধনু-কাঁড়
উত্তৰঃ (ক) ‘বটালী মুখীয়া’