Chapter- 8.19
মাজুলী জিলা
১। পৃথিৱীৰ বৃহত্তম নদীদ্বীপ ক’ত আছে?
(ক) মৰিগাঁও।
(খ) মাজুলি।
(গ) গুৱাহাতী।
উত্তৰ- (খ) মাজুলি।
২। মাজুলি জিলা চাৰিসীমাত কি কি জিলা আছে?
(ক) লক্ষিমপুৰ , গোলাঘাট, যোৰহাট ইত্যাদি।
(খ) মৰিগাঁও, গোৱালপাৰা, ধেমাজি ইত্যাদি।
(গ) মৰিগাঁও, গোৱালপাৰা, যোৰহাট ইত্যাদি।
উত্তৰ- (ক) লক্ষিমপুৰ , গোলাঘাট, যোৰহাট ইত্যাদি।
৩। মাজুলি জিলা সদৰ ঠাই কি ?
(ক) মাজুলি ।
(খ) গড়মূৰ।
(গ) গোৱালপাৰা।
উত্তৰ- (খ) গড়মূৰ।
৪। মাজুলি জিলা মাটিকালি কিমান?
(ক) ৫৫৯ বৰ্গ কিঃ মিঃ।
(খ) ৮৮০ বৰ্গ কিঃ মিঃ।
(গ) ৮৮৬ বৰ্গ কিঃ মিঃ।
উত্তৰ- (খ) ৮৮০ বৰ্গ কিঃ মিঃ। .
৫। মাজুলি জিলা জনসংখ্যা কিমান?
(ক) ১, ৬৭,৩০৮।
(খ) ৩,৯৮,৭৮৮।
(গ) ১,৯৮,৭৮৯।
উত্তৰ- (ক) ১, ৬৭,৩০৮।
৬। মাজুলি জিলা প্ৰধান উপনৈ কি কি?
(ক) জাঁজী, দিচৈ, ভোগদৈ।
(খ) মেলেং, কাকডোঙা ,দিচৈ।
(গ) সোৱণসিৰি , টুনি ইত্যাদি।
উত্তৰ- (গ) সোৱণসিৰি , টুনি ইত্যাদি।
Type by- Bikul Mandal