Chapter- 8.18
যোৰহাট জিলা
১। যোৰহাট জিলা মহকুমা কি?
(ক) যোৰহাট আৰু মৰিগাঁও।
(খ) যোৰহাট আৰু তিতাবৰ।
(গ) তিতাবৰ আৰু নগাঁও।
উত্তৰ- (খ) যোৰহাট আৰু তিতাবৰ।
২। যোৰহাট জিলা সদৰ ঠাই কি?
(ক) তিতাবৰ।
(খ) গোৱালপাৰা।
(গ) যোৰহাট
উত্তৰ- (গ) যোৰহাট ।
৩। যোৰহাট জিলা মাটিকালি কিমান?
(ক) ১৯৭১ বৰ্গ কিঃমিঃ
(খ) ১৫৬৪ বৰ্গ কিঃমিঃ
(গ) ৬৭৮৯ বৰ্গ কিঃমিঃ
উত্তৰ- (ক) ১৯৭১ বৰ্গ কিঃমিঃ ।
৪। যোৰহাট জিলা জনসংখ্যা কিমান ?
(ক) ১৫,৯৭,৭৮৯ জন।
(খ) ১০,৯১,২৯৫ জন।
(গ) ১২,৮৭,৫৭৮ জন।
উত্তৰ- (খ) ১০,৯১,২৯৫ জন।
৫। যোৰহাট জিলা প্ৰধান উপনৈ কি কি?
(ক) জাঁজী, টীয়ক, দিচৈ ইত্যাদি।
(খ) ধনশিৰি, ৰেংমা, নামবৰ ইত্যাদি।
(গ) ডিফলু, গেলাবিল, নামবৰ।
উত্তৰ- (ক) জাঁজী, টীয়ক, দিচৈ ইত্যাদি।
৬। যোৰহাট জিলা প্ৰধান নদী কি ?
(ক) ব্ৰহ্মপুত্ৰ।
(খ) কপিলি।
(গ) কলং।
উত্তৰ- (ক) ব্ৰহ্মপুত্ৰ।
Type by- Bikul Mandal