Chapter- 8.16
হোজাই জিলা
১। হোজাই নামতো ক’ৰ পৰা উৎপত্তি হৈছিল?
(ক) ডিমাচাৰ নামৰ পৰা।
(খ) ডিমাচাৰ একাংশ লোকে উপাধি হিচাপে ব্যৱহাৰ ক’ৰে।
(গ) নগাঁও জিলা পৰা।
উত্তৰ- (খ) ডিমাচাৰ একাংশ লোকে উপাধি হিচাপে ব্যৱহাৰ ক’ৰে।
২। হোজাই চাৰিসীমাত কি কি জিলা আছে?
(ক) নগাঁও, ডিমা হাচাও, কাৰ্বি আংলং।
(খ) নগাঁও, মৰিগাঁও, গোৱালপাৰা।
(গ) মৰিগাঁও, চিৰাং, নগাঁও।
উত্তৰ- (ক) নগাঁও, ডিমা হাচাও, কাৰ্বি আংলং।
৩। হোজাই সদৰ ঠাই কি?
(ক) কাৰ্বি আংলং।
(খ) মৰিগাঁও।
(গ) শংকৰদেৱ নগৰ।
উত্তৰ- (গ) শংকৰদেৱ নগৰ।
৪। হোজাই জি্লা জনসংখ্যা কিমান?
(ক) ৯,৩১,২১৮ জন।
(খ) ৪,৮৯,৭৬৮ জন।
(গ) ৫,৯৮,৮৯০ জন।
উত্তৰ- (ক) ৯,৩১,২১৮ জন।
৫। হোজাই জিলা মহকুমা কি?
(ক) মৰিগাঁও।
(খ) নগাঁও।
(গ) হোজাই।
উত্তৰ- (গ) হোজাই।
৬। হোজাই জিলা প্ৰধান নদী কি কি ?
(ক) কপিলি , যমুনা, লংকাজান, ইত্যাদি।
(খ) ব্ৰহ্মপুত্ৰ।
(গ) কলং, সোনাই।
উত্তৰ- (ক) কপিলি , যমুনা, লংকাজান, ইত্যাদি।
৭। হোজাই ৰাষ্ট্ৰীয় পথ কিমান নং?
(ক) ৩২ নং আৰু ৫৪ নং ।
(খ) ৩৬ নং আৰু ৫৪ নং।
(গ) ৩২ নং আৰু ৩৫ নং।
উত্তৰ- (খ) ৩৬ নং আৰু ৫৪ নং।
৮। হোজাই কি যাতায়াতৰ ব্যৱস্থা আছে?
(ক) স্থলপথ ব্যৱস্থা।
(খ) ৰে’ল ব্যৱস্থা।
(গ) স্থলপথ আৰু ৰে’ল ব্যৱস্থা।
উত্তৰ- (গ) স্থলপথ আৰু ৰে’ল ব্যৱস্থা।
Type by- Bikul Mandal