Chapter-8.33
ডিমা হাচাও জিলা
১ এসময়ত ডিমাচা কছাৰীসকলে এই ঠাইত ৰাজত্ব কৰিছিল বাবে এই জিলাখনৰ নাম কি হয় ?
ক) মৰিগাওঁ জিলা
খ) নগাওঁ জিলা
গ) ডিমা হাচাও জিলা
ঘ) কাৰ্বি আংলং জিলা
উত্তৰঃ গ) ডিমা হাচাও জিলা।
২) আগেয়ে এই জিলা খনৰ নাম কি আছিল ?
ক) কাৰ্বি আংলং
খ) মৰিগাওঁ
গ) উওৰ কাছাৰ পাৰ্বত্য জিলা
ঘ) কাছাৰ
উত্তৰঃ গ) উওৰ কাছাৰ পাৰ্বত্য জিলা।
৩) এই জিলাৰ উওৰে কি জিলা আছে ?
ক) মৰিগাওঁ জিলা
খ) নলবাৰী জিলা
গ) হোজাই জিলা
ঘ) কাৰ্বি আংলং আৰু হোজাই জিলা
উত্তৰঃ ঘ) কাৰ্বি আংলং আৰু হোজাই জিলা।
৪) এই জিলাৰ পূবে কি আছে ?
ক) কাৰ্বি আংলং
খ) নাগালেণ্ড
গ) মণিপুৰ
ঘ) কাৰ্বি আংলং ,নাগালেণ্ড আৰু মণিপুৰ ৰাজ্য
উত্তৰঃ ঘ) কাৰ্বি আংলং ,নাগালেণ্ড আৰু মণিপুৰ ৰাজ্য।
৫) এই জিলাৰ দক্ষিণে কি জিলা আছে ?
ক) কাছাৰ জিলা
খ) মৰিগাওঁ জিলা
গ) নলবাৰী জিলা
ঘ) ধুবুৰী জিলা
উত্তৰঃ ক) কাছাৰ জিলা।
৬) এই জিলাৰ পশ্চিমে আছে ?
ক) মেঘালয় আছে
খ) কাৰ্বি আংলং আছে
গ) নাগালেণ্ড অছে
ঘ) মেঘালয় ৰাজ্য আৰু কাৰ্বি আংলং
উত্তৰঃ ঘ) মেঘালয় ৰাজ্য আৰু কাৰ্বি আংলং।
৭) এই জিলাৰ সদৰ ঠাই কি ?
ক) মৰিগাওঁ
খ) হাফলং
গ) মাইবং
ঘ) দিয়ুংব্ৰা
উত্তৰঃ খ) হাফলং।
৮) এই জিলাৰ মহকুমাৰ কি ?
ক) হাফলং
খ) হাফলং , মাইবং , দিয়ুংব্ৰা
গ) মাইবং
ঘ) ডিমা হাচাও
উত্তৰঃ খ) হাফলং , মাইবং , দিয়ুংব্ৰা।
৯) এই জিলাৰ মাটিকালি কিমান ?
ক) ৪,৮৮৭ বৰ্গ কিঃমিঃ
খ) ৪,৮৮৮ বৰ্গ কিঃমিঃ
গ) ৮,৯৯৯ বৰ্গ কিঃমিঃ
ঘ) ৯,৯৯৯ বৰ্গ কিঃমিঃ
উত্তৰঃ খ) ৪,৮৮৮ বৰ্গ কিঃমিঃ।
১০) এই জিলাৰ জনসংখ্যা কিমান ?
ক) ২,১৩,৫২৯ জন
খ) ২,৪৫,৪৫ জন
গ) ৪,৫৬,৭৬ জন
২,১৩,৫৯২ জন
উত্তৰঃ ক) ২,১৩,৫২৯ জন।
Type By- Subhas Nath