Chapter- 8.10
কামৰূপ (গাম্য) জিলা
১। অবিভক্ত কামৰূপ অসমৰ আটাইতকৈ ________ জিলা আছিল?
(ক) জনবহুল
(খ) গাম্য
(গ) সৰু
উত্তৰ- (ক) জনবহুল ।
২। কিমান চনত অসম চৰকাৰে কামৰূপ জিলাক ‘কামৰূপ মহানগৰ’ আৰু “কামৰূপ” গাম্য এই দুই নামেৰে দুুখন জিলাক ভাগ কৰে ?*
(ক) ২০০৫
(খ) ২০১০
(গ) ২০০৩
উত্তৰ- (গ) ২০০৩ ।
৩। কামৰূপ (গাম্য) জিলা চাৰিসীমাত কি কি জিলা আছে?*
(ক) নগাঁও, গোৱালপাৰা, চিৰাং।
(খ) বাকসা, নলবাৰী, দৰং।
(গ) দৰং , মৰিগাঁও, চিৰাং।
উত্তৰ- (খ) বাকসা, নলবাৰী, দৰং। ।
৪। কামৰূপ (গাম্য) জিলা মাটিকালি কিমান?
(ক) ৩০৮৬.৮৪ বৰ্গ
(খ) ২১২৩.৬৮ বৰ্গ
(গ) ৯৮৭৬.৮৪ বৰ্গ
উত্তৰ- (ক) ৩০৮৬.৮৪ বৰ্গ ।
৫। কামৰূপ (গাম্য) জিলা জনসংখ্যা কিমান?
(ক) ১৩,১৭,২০৫ জন
(খ) ১৫,৯৮,৫৭৬ জন
(গ) ১৫,১৭,২০২ জন
উত্তৰ- (গ) ১৫,১৭,২০২ জন ।
৬। কামৰূপ (গাম্য) জিলা সদৰ ঠাই কি?
(ক) গাম্য
(খ) আমিন গাঁও
(গ) কামৰূপ
উত্তৰ- (খ) আমিন গাঁও ।
৭। কামৰূপ ( গাম্য) জিলা মহকুমা কি?
(খ) গাম্য, ৰঙিয়া
(খ) গুৱাহাতী , কামৰূপ
(গ) গুৱাহাতী, ৰঙিয়া
উত্তৰ- (গ) গুৱাহাতী, ৰঙিয়া ।
৮। কামৰূপ (গাম্য) জিলা প্ৰধান উপনৈ কি?
(ক) পুঠিমাৰী, বেঁকি, বৰলীয়া
(খ) বুঢ়াদিয়া, পহুমাৰা , বেঁকি
(গ) বৰনদী, পুঠিমাৰী, বকো
উত্তৰ- (গ) বৰনদী, পুঠিমাৰী, বকো ।
৯। কামৰূপ (গাম্য) জিলা প্ৰধান বিল কি?
(ক) খামৰঙা।
(খ) সাতদলা।
(গ) চান্দডুবি, চলচলা, সাতদল আদি
উত্তৰ- (গ) চান্দডুবি, চলচলা, সাতদল আদি ।
১০। কামৰূপ জিলা মাজেৰে কিমান নং ৰাষ্ট্ৰীয় ঘাইপথ গৈছে?
(ক) ৩২ নং ৩৭ নং ৫৫ নং
(খ) ৩১ নং , ৩৭ নং , ৫২ নং
(গ) ৩৩ নং , ৩৫ নং , ৫২ নং
উত্তৰ- (খ) ৩১ নং , ৩৭ নং , ৫২ নং ।
Type by- Bikul Mandal