Chapter-12
জীৱৰ বংশবৃদ্ধি
1/ কিছুমান উদ্ভিদৰ ডাল কাটি মাটিত ৰুলে তাৰ পৰাই নতুন গছ হয় ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) শুদ্ধ।
2/ কিছুমান গোন্ধোৱা ফুলৰ নাম লিখা ?
(ক) গোলাপ, জবা আৰু চম্পা
(খ) তগৰ, গুটিমালি আৰু নাজী
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) তগৰ, গুটিমালি আৰু নাজী।
3/ ফুলৰ কণিকাৰ দৰে কিছুমান বস্তু থাকে ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) শুদ্ধ।
4/ পিঁয়াজৰ তলত অংশটো টান আৰু শিপাযুক্ত এই অংশটোক কি বুলি কোৱা হয় ?
(ক) কলম
(খ) কাণ্ড
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) কাণ্ড।
5/ গুটি আন এটা নাম কি ?
(ক) বংশবৃদ্ধি
(খ) বীজ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) বীজ।
6/ বংশবৃদ্ধি প্ৰাণী নাম লিখা ?
(ক) মাছ, কাছ আদি
(খ) কাউৰী, চিলনী আদি
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) মাছ, কাছ আদি।
7/ ফুল নুফুলা উদ্ভিদৰ নাম লি ?
(ক) ঢেঁকীয়া
(খ) মেটেকা
(গ) লতা
উত্তৰঃ (ক) ঢেঁকীয়া।
8/ কিছুনাম গছৰ গুৰিৰ পৰা নতুন পুলি ওলায় ?
(ক) বাঁহ গছ
(খ) শাল গছ
(গ) ইয়াৰ বিতৰত এটাও নহয়
উত্তৰঃ (ক) বাঁহ গছ।
9/ বাঁহৰ পৰা মানুহে কি খায় ?
(ক) পাত
(খ) গাজ
(গ) ইয়াৰ ভঙিতৰতক এটাও নহয়
উত্তৰঃ (খ) গাজ।
10/ সকলো বীজৰ পৰা নতুন পুলি নগজে ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ বিতৰত এটাও নহয়
উত্তৰঃ (খ) অশুদ্ধ।
Type By- Subhas Nath