Chapter- 8.3
কোকৰাঝাৰ
১। কোকৰাঝাৰ নামটো ক’ৰ পৰা উৎপত্তি হৈছে?
(ক) খেংখ্ৰাই নামৰ উদ্ভিদ এবিধৰ পৰা
(খ) খুংখ্ৰা পৰা
(গ) খেংখ্ৰাই পৰা
উত্তৰ- (ক) খেংখ্ৰাই নামৰ উদ্ভিদ এবিধৰ পৰা ।
২। কোকৰাঝাৰ চাৰিসীমাত কি কি জিলা আছে?
(ক) বাকসা
(খ) ধুবুৰী
(গ) বঙাইগাঁও, চিৰাং, ধুবুৰী
উত্তৰ- (গ) বঙাইগাঁও, চিৰাং, ধুবুৰী ।
৩। কোকৰাঝাৰ জিলা সদৰ ঠাই কি?
(ক) গুৱাহাতী
(খ) গোৱালপাৰা
(গ) কোকৰাঝাৰ
উত্তৰ- (গ) কোকৰাঝাৰ ।
৪। কোকৰাঝাৰ জিলা মহকুমা কি?
(ক) মানকাচৰ
(খ) চিৰাং
(গ) কোকৰাঝাৰ, গোসাঁইগাঁও, পৰ্বতঝৰা
উত্তৰ- (গ) কোকৰাঝাৰ, গোসাঁইগাঁও, পৰ্বতঝৰা ।
৫। কোকৰাঝাৰ জিলাত মুঠ জনসংখ্যা কিমান?
(ক) ৮,৮৬,৯৯০
(খ) ৮,৮৭,৯৯৯
(গ) ৮,৮৬,৯৯৯
উত্তৰ- (গ) ৮,৮৬,৯৯৯ ।
৬। কোকৰাঝাৰ জিলা মাটিকালি কিমান?
(ক) ৩,৩৪৫ বৰ্গ কিঃমিঃ
(খ) ৫,৭৬৭ বৰ্গ কিঃমিঃ
(গ) ৩,১২৯ বৰ্গ কিঃমিঃ
উত্তৰ- (গ) ৩,১২৯ বৰ্গ কিঃমিঃ ।
৭। কোকৰাঝাৰ জিলা প্ৰধান উপনৈ কি কি?
(ক) গৌৰাং , সোণকোষ, চম্পাৱতি
(খ) গদাধৰ
(গ) জিঞ্জিৰাম
উত্তৰ- (ক) গৌৰাং , সোণকোষ, চম্পাৱতি ।
৮। কোকৰাঝাৰ জিলা প্ৰধান পাহাৰ কি কি?
(ক) চান্দৰডিঙা
(খ) টোকোৰাবন্ধা
(গ) ভূমেশ্বৰ, চোলপাৰা
উত্তৰ- (গ) ভূমেশ্বৰ, চোলপাৰা ।
৯। কোকৰাঝাৰ জিলা কিমান নং ৰাষ্ট্ৰীয় পথ পৰে?
(ক) ২২ নং ৰাষ্ট্ৰীয় ঘাইপথ
(খ) ৩০ নং ৰাষ্ট্ৰীয় ঘাইপথ
(গ) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ
উত্তৰ- (গ) ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ ।
১০। কোকৰাঝাৰ জিলা প্ৰধান ঠাই কি কি?
(ক) বঙাইগাঁও
(খ) চিৰাং
(গ) চালাকাটি, শ্ৰীৰামপুৰ , গোসাইগাঁও
উত্তৰ- (গ) চালাকাটি, শ্ৰীৰামপুৰ , গোসাইগাঁও ।
Type by- Bikul Mandal