Chapter- 8.2
দক্ষিণ শালমৰা আৰু মানকাচৰ জিলা
১। মানকাচৰ নামটো ক’ৰ পৰা উৎপত্তি হৈছে?
(ক) মানকা নামৰ বালিচৰৰ পৰা
(খ) বালি নামৰ পৰা
(গ) বালিচৰৰ নামৰ পৰা
উত্তৰ- (ক) মানকা নামৰ বালিচৰৰ পৰা ।
২। মানকাচৰ চাৰিসীমাত কি কি জিলা আছে?
(ক) গোৱালপাৰা
(খ) নগাওঁ
(গ) ধুবুৰি, গোৱালপাৰা
উত্তৰ- (গ) ধুবুৰি, গোৱালপাৰা ।
৩। মানকাচৰ সদৰ ঠাই কি?
(ক) হাট শিঙিমাৰি
(খ) শালমৰা
(গ) মৰিগাঁও
উত্তৰ- (ক) হাট শিঙিমাৰি ।
৪। মানকাচৰ প্ৰধান উপনৈ কি?
(ক) গদাধৰ
(খ) সোণকোষ
(গ) জি়ঞ্জিৰাম
উত্তৰ- (গ) জি়ঞ্জিৰাম ।
৫। মানকাচৰ মহকুমা কি?
(ক) গোসাঁইগাঁও
(খ) কোকৰাঝাৰ
(গ) দক্ষিন শালমৰা আৰু মানকাচৰ
উত্তৰ- (গ) দক্ষিন শালমৰা আৰু মানকাচৰ ।
৬। মানকাচৰ প্ৰধান নদী কি?
(ক) বহ্মপুত্ৰ
(খ) নদী
(গ) বিল
উত্তৰ- (ক) বহ্মপুত্ৰ ।
৭। মানকাচৰ প্ৰধান শস্য কি?
(ক) ধান
(খ) মৰাপাট, ধান, মাহ, কুঁহিয়াৰ
(গ) কুঁহিয়াৰ
উত্তৰ- (খ) মৰাপাট, ধান, মাহ, কুঁহিয়াৰ ।
৭। মানকাচৰ প্ৰধান শিল্প উদ্যোগ কি?
(ক) মৃৎ শিল্প
(খ) কাহঁ শিল্প
(গ) হাতেৰে কাম কৰা বিদ্যা
উত্তৰ- (ক) মৃৎ শিল্প ।
৮। মানকাচৰ প্ৰধান ঠাই কি কি ?
(ক) মানকাচৰ, মৰিগাঁও, চিৰাং আদি
(খ) গুৱাহাতী, দক্ষিন শালমৰা , গোৱালপাৰা আদি
(গ) হাটশিঙিমাৰি, মানকাচৰ, দক্ষিন শালমৰা আদি
উত্তৰ- (গ) হাটশিঙিমাৰি, মানকাচৰ, দক্ষিন শালমৰা আদি ।
Type by- Bikul Mandal