Chapter- 6
আমাৰ দেশ ভাৰতবৰ্ষ
১। আমাৰ দেশ খনৰ নাম কি?
(ক) শোণিতপুৰ
(খ) ভাৰতবৰ্ষ
(গ) ভাৰতীয়
উত্তৰ- (খ) ভাৰতবৰ্ষ ।
২। ভাৰতীয় সভ্যতা কমেও কিমাণ বছৰৰ পুৰণি ?
(ক) ছয় হেজাৰ বছৰৰ
(খ) আঠ হেজাৰ বছৰৰ
(গ) পাঁচ হেজাৰ বছৰৰ
উত্তৰ- (গ) পাঁচ হেজাৰ বছৰৰ ।
৩। বিশ্বৰ প্ৰথম পুথি “ঋকবেদ” ক’ত ৰচিত হৈছিল?
(ক) ভাৰতবৰ্ষত
(খ) অষ্টেলিয়াত
(গ) অন্য দেশত
উত্তৰ- (ক) ভাৰতবৰ্ষত ।
৪। ইংৰাজ সকলে কিমান বছৰ ধৰি ভাৰতবৰ্ষত শাসন চলাইচিল?
(ক) চাৰিশ বছৰ
(খ) দুশ বছৰ
(গ) এশ বছৰ
উত্তৰ- (খ) দুশ বছৰ ।
৫। লক্ষ লক্ষ লোকে ইংৰাজক খেদিবলৈ যুজ কৰিছিল আৰু সেই সকলক কি বুলি কোৱা হয?
(ক) সংগ্ৰামী
(খ) মুক্তিযুঁজাৰু বা স্বাধীনতা সংগ্ৰামী
(গ) স্বাধীনতা
উত্তৰ- (খ) মুক্তিযুঁজাৰু বা স্বাধীনতা সংগ্ৰামী ।
৬। প্ৰথম স্বাধীনতা সংগ্ৰাম কেতিয়া আৰম্ভ হৈছিল?
(ক) ১৫৭৬
(খ) ১৮৫৭
(গ) ১৯৪৭
উত্তৰ- (খ) ১৮৫৭ ।
৭। স্বাধীনতা সংগ্ৰাম প্ৰায় কিমাণ বছৰৰ ধৰি চলিছিল ?
(ক) ১০০ বছৰ
(খ) ৯০ বছৰ
(গ) ৯৯ বছৰ
উত্তৰ- (খ) ৯০ বছৰ ।
৮। ভাৰতবৰ্ষয়ে কিমাণ চনত স্বাধীনতা লাভ কৰিছিল?
(ক) ১৪৭৬ চনৰ ১৪ আগষ্টত
(খ) ১৯৪৫ চনৰ ১৫ আগষ্টত
(গ) ১৯৪৭ চনৰ ১৫ আগষ্টত
উত্তৰ- (গ) ১৯৪৭ চনৰ ১৫ আগষ্টত ।
৯। ভাৰতৰ সংবিধানখন কেতিয়া পৰা প্ৰচলন হৈছে?
(ক) ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা
(খ) ১৯৪৯ চনৰ ২৫ জানুৱাৰীৰ পৰা
(গ) ১৯৫০ চনৰ ২০ জানুৱাৰীৰ পৰা
উত্তৰ- (ক) ১৯৫০ চনৰ ২৬ জানুৱাৰীৰ পৰা ।
১০। ভাৰতবৰ্ষত গণৰাজ্য দিৱশ কেতিয়া পালন কৰা হয়?*
(ক) ৩০ জানুৱাৰীৰ
(খ) ২০ জানুৱাৰীৰ
(গ) ২৬ জানুৱাৰীৰ
উত্তৰ- (গ) ২৬ জানুৱাৰীৰ ।
Type by- Bikul Mandal