Chapter- 5
আমাৰ পৃথিৱীখন
১। আমাৰ প্ৰতিদিনে পূৱা কোন দিশত সূৰ্য উদয় হয়?
(ক) পশ্চিম দিশত
(খ) পূব দিশত
(গ) উওৰ দিশত
উত্তৰ- (খ) পূব দিশত ।
২। সূৰ্যৰ চাৰিওফালে কেইতা গ্ৰহেই অবিৰামভাৱে প্ৰদক্ষিন কৰি আহিছে?
(ক) পাচটা
(খ) ছয়টা
(গ) আঠটা
উত্তৰ- (গ) আঠটা ।
৩। আমি সন্ধিয়া আকাশত কোন দিশত সূৰ্যটো মাৰ যোৱা দেখিছো?
(ক)পশ্চিম দিশত
(খ) উওৰ দিশত
(গ) পূৱ দিশত
উত্তৰ- (ক)পশ্চিম দিশত ।
৪। সূৰ্যৰ পৰা পৃথিৱীৰ দূৰত্ব কিমান?
(ক) এক কোটি কিলোমিটাৰ
(খ) বাৰ কোটি কিলোমিটাৰ
(গ) পোন্ধৰ কোটি কিলোমিটাৰ
উত্তৰ- (গ) পোন্ধৰ কোটি কিলোমিটাৰ ।
৫। গ্ৰহবোৰৰ চাৰিওফালে প্ৰদক্ষিন কৰি থকা জ্যোতিষ্কবোৰক কি বুলি কোৱা হয়?
(ক) উপগ্ৰহ
(খ) পৃথিৱীৰ
(গ) গ্ৰহ
উত্তৰ- (ক) উপগ্ৰহ ।
৬। পৃথিৱীৰ একমাত্ৰ উপগ্ৰহটোৰ নাম কি?
(ক) গ্ৰহ
(খ) চন্দ্ৰ
(গ) উপগ্ৰহ
উত্তৰ- (খ) চন্দ্ৰ ।
৭। প্ৰথিৱীয়ে নিজ মেৰুদণ্ডক কেন্দ্ৰ কৰি কিমান ঘণ্টাৰ ভিতৰত গাটো সম্পূৰ্ণ এপাক ঘুৰাই লয়?
(ক) ১২ ঘণ্টা
(খ) ২০ ঘণ্টা
(গ) ২৪ ঘণ্টা
উত্তৰ- (গ) ২৪ ঘণ্টা ।
৮। পৃথিৱীখন সম্পূৰ্ণ এপাক ঘুৰিবলৈ কিমান দিন লাগে ?
(ক) ৩৫৫ দিন ৩ ঘণ্টা
(খ) ৩৫৬ দিন ১২ ঘণ্টা
(গ) ৩৬৫ দিন ৬ ঘণ্টা
উত্তৰ- (গ) ৩৬৫ দিন ৬ ঘণ্টা ।
৯। জলভাগক মূলতঃ কেইখন মহাসাগৰ ভাগ কৰা হৈছে?
(ক) ১০ খন
(খ) ৫ খন
(গ) ৩ খন
উত্তৰ- (খ) ৫ খন ।
১০। পৃথিৱীখন ৩৬৫ দিন ৬ ঘণ্টা সম্পূৰ্ণ কৰা পিছত কিমান বছৰৰ বুলি কোৱা হয়?
(ক) পাঁচ বছৰ
(খ) এবছৰ
(গ) দহ বছৰ
উত্তৰ- (খ) এবছৰ ।
Type by- Bikul Mandal