Chapter- 1
আমাৰ পৰিৱেশ
১। আমাৰ চাৰিওফালে কি থকা কথা কৈছে ?
(ক) মিঠাতেল
(খ) কাগজ
(গ) বায়ু, পানি , মাটি
উত্তৰ- (গ) বায়ু, পানি , মাটি ।
২। দৈনন্দিন জীৱনত আমি কেনেকোৱা পৰিৱেশ পাওঁ?
(ক) অশান্তি পৰিৱেশ
(খ) ঘৰুৱা , সামাজিক ,প্ৰাকূতিক
(গ) শান্তি পৰিৱেশ
উত্তৰ- (খ) ঘৰুৱা , সামাজিক ,প্ৰাকূতিক ।
৩। সামাজিক পৰিৱেশ কিহক কোৱা হয় ?
(ক) গন্থমেলা
(খ) পূজা
(গ) খেলপথাৰ, যুৱক সংঘ, প্ৰাৰ্থনা গৃহ, ৰাস্তা – ঘাট
উত্তৰ- (গ) খেলপথাৰ, যুৱক সংঘ, প্ৰাৰ্থনা গৃহ, ৰাস্তা – ঘাট ।
৪। প্ৰাকৃতিক পৰিৱেশ কিহক কোৱা হয় ?
(ক) মানুহক
(খ) নৈ-বিল, গছ – গছনি , জান – জুৰি , জীৱ – জন্তু
(গ) বায়ুক
উত্তৰ- (খ) নৈ-বিল, গছ – গছনি , জান – জুৰি , জীৱ – জন্তু ।
৫। ভাল পৰিৱেশে ঘৰলৈ কি কঢ়িয়াই আনে ?
(ক) অশান্তি
(খ) সুখ – শান্তিৰ, সমৃদ্ধি
(গ) দুখ
উত্তৰ- (খ) সুখ – শান্তিৰ, সমৃদ্ধি ।
৬। আমি বাস কৰা চুবুৰিটোৰ মানুহখিনিৰ লগত কেনেকোৱা কৈ থাকিব লাগে ?
(ক) কাজিয়া লাগি
(খ) মিলা – প্ৰীতিৰে
(গ) অশান্তি কৰি
উত্তৰ- (খ) মিলা – প্ৰীতিৰে ।
৭। আমি প্ৰাকৃতিক পৰিৱেশ ভাল কৰিবলৈ কি কৰিব লাগে ?
(ক) যত্ন
(খ) কাজিয়া
(গ) দুখ
উত্তৰ- (ক) যত্ন ।
৮। জধে – মধে গছ- গছনি কি কৰিব নালেগে ?
(ক) কাটিব লাগে
(খ) কাটিব নালাগে
(গ) ৰুৱ নালাগে
উত্তৰ- (খ) কাটিব নালাগে ।
৯। বৰষুণৰ পৰিমাণ কমি গ’লে কি হয় ?
(ক) গৰম হয়
(খ) খেতি – বাতি ক্ষতি হয়
(গ) ঠাণ্ডা হয়
উত্তৰ- (খ) খেতি – বাতি ক্ষতি হয় ।
১০। আমাৰ পৰিৱেশৰ পৰম বন্ধু কি ?
(ক) বন্ধ – বান্ধৱী
(খ) চৰাই – চিৰিকটি , পোক – পৰুৱা , সাপ – ভেকুলি
(গ) প্ৰকৃতি
উত্তৰ- (খ) চৰাই – চিৰিকটি , পোক – পৰুৱা , সাপ – ভেকুলি ।
Type by- Bikul Mandal