Chapter- 24
লোভৰ পৰিণতি
১। ৰাজু আৰু ৰুমুৰ কি আছিল ?
(ক) মেকুৰী পোৱালি
(খ) শহাপহু
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) মেকুৰী পোৱালি ।
২। মেকুৰীটোৰ নাম কি ?
(ক) মিকি
(খ) জিক
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) মিকি ।
৩। মিকিয়ে কি খাই ভাল পায় ?
(ক) মাংস
(খ) গাখীৰ
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) গাখীৰ ।
৪। মিকিৰ মূৰটো ঘটিটোৰ পৰা উলিয়াব পাৰিলেনে ?
(ক) পাৰিলে
(খ) নোৱাৰিলে
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) পাৰিলে ।
৫। ৰাজু মাকে মিকিক কি খাবলৈ দিছিল ?
(ক) গাখীৰ
(খ) জলপান
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) গাখীৰ ।
৬। মিকিৰ মূৰটো পৰা ঘটিটো কোনে উলিয়াই দিলে ?
(ক) ৰাজু
(খ) ৰাজুৰ মাক
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) ৰাজুৰ মাক ।
Type by- Bikul Mandal