Chapter- 23
অসমৰ ধাতু শিল্প আৰু পাট
১। ৰুণজুন আৰু কানুমনৰ এইকেইদিন গাত ততেই নাই কিয় ?
(ক) বৰদেউতাক ঘৰলৈ অহাৰ বাবে
(খ) ফুৰিবলৈ যাব বাবে
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) বৰদেউতাক ঘৰলৈ অহাৰ বাবে ।
২। বৰদেউতাকৰ ল’ৰাজনৰ নাম কি ?
(ক) পিংকু
(খ) ৰহিম
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) পিংকু ।
৩। অসমৰ প্ৰাচীন শিল্পৰ নাম কি ?
(ক) মাটিৰ শিল্প
(খ) সোণৰ শিল্প
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) সোণৰ শিল্প ।
৪। চাপি কুঁচি শব্দৰ অৰ্থ কি ?
(ক) ওচৰ চাপি অহা
(খ) অলপ তাপ লগা
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) ওচৰ চাপি অহা ।
৫। লো তাম এইবোৰক কি বুলি কৈয় ?
(ক) ধাতু বুলি কৈয়
(খ) তাম বুলি কৈয়
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) ধাতু বুলি কৈয় ।
৬। কমাৰ বুলিলে কি বুজা ?
(ক) লোৰ সঁজুলি তৈয়াৰ কৰা মানুহক কমাৰ বুলি কোৱা হয় ।
(খ) লোৰ সঁজুলি তৈয়াৰ নকৰা মানুহক কমাৰ বুলি কোৱা হয় ।
(গ) এটাও নহয়
উত্তৰ- (ক) লোৰ সঁজুলি তৈয়াৰ কৰা মানুহক কমাৰ বুলি কোৱা হয় ।
৭। কাঁহৰ পৰা কি কি সঁজুলি তৈয়াৰ কৰিব পৰা যায় ?
(ক) কটাৰি,কুঠাৰ, কোৰ
(খ) কাঁহী , বাটী, লোটা
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) কাঁহী , বাটী, লোটা ।
৮। কি শিল্প বাবে বৰপেটা অঞ্চল বিখ্যাত ?
(ক) হাতী দাঁতৰ শিল্পৰ বাবে
(খ) তামৰ শিল্প
(গ) ওপৰৰ পৰা এটাও নহয়
উত্তৰ- (ক) হাতী দাঁতৰ শিল্পৰ বাবে ।
৯। উগুল-থুগুল শব্দ অৰ্থ কি ?
(ক) মনৰ অস্থিৰতা,
(খ) দ্বিধাবোধ
(গ) ওপৰৰ দুয়োটায়ে হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটায়ে হয় ।
১০। উম লগা শব্দ অৰ্থ কি ?
(ক) অলপ তাপ লগা
(খ) তাপ নলগা
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) অলপ তাপ লগা ।
Type by- Bikul Mandal