Chapter-9
জীৱজগত
1/ শিল,বালি,মাটি,পানী বায়ু বাটি চকী আৰু মেজ আদি প্ৰাণ আছে ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) অশুদ্ধ।
2/ জীৱ জগতৰ ভাগ কেইটা ?
(ক) ৪ টা
(খ) ৫টা
(গ) ৬টা
উত্তৰঃ (খ) ৫টা।
3/ ডাঙৰ হৈ জীৱই নতুন কৈ কি দিয়ে ?
(ক) আহাৰ, গছ-গছনি
(খ) জীৱৰ জন্ম
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) জীৱৰ জন্ম।
4/ জড় বস্তু কোনবোৰ ?
(ক) প্ৰাণ থকা জীৱ
(খ) প্ৰাণ নথকা জীৱ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) প্ৰাণ নথকা জীৱ।
5/ জড় বস্তুৱে কাম কৰিব পাৰে আৰু জড় বস্তুক আহাৰ লাগে ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) অশুদ্ধ।
6/ মানুহ, গৰু ,ছাগলী, বাঘ আদি বোৰ প্ৰাণী ?
(ক) হয়
(খ) নহয়
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) হয়।
7/ জীৱই কি কি আহাৰ খায় ?
(ক) জীৱই সকলো আহাৰ খায়
(খ) কিছুমান জীৱই সকলো আহাৰ নাখাই
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) জীৱই সকলো আহাৰ খায়।
8/ সকলো জীৱই কাম কৰে ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ ভিতৰত এটাও নহয়.
উত্তৰঃ (ক) শুদ্ধ।
9/ জড় বস্তুবোৰে জন্ম দিব পাৰে ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) অশুদ্ধ।
10/ জীৱ জীয়াই থাকিবলৈ কি কি প্ৰয়োজন ?
(ক) পানী ,বায়ু আৰু আহাৰ
(খ) কাম কাজ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) পানী ,বায়ু আৰু আহাৰ।
Type By- Subhas Nath