Chapter- 18
প্ৰিয় ছাত্ৰ
১। কবিতাটোৰ কবিতজনৰ নাম কি ?
(ক) চন্দ্ৰকুমাৰ আগৰৱালা
(খ) ধনাই বৰা
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) ধনাই বৰা ।
২। সৰ্বদাই অৰ্থ কি ?
(ক) সদায়
(খ) আদেশ
(গ) মূল্যৱান
উত্তৰ- (ক) সদায় ।
৩। সৰ্বকাল অৰ্থ কি ?
(ক) নিয়ম ভঙ্গ
(খ) সকলো সময়তে
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) সকলো সময়তে ।
৪। তোষে শব্দ অৰ্থ কি ?
(ক) সন্তুষ্ট
(খ) আদেশ
(গ) ওপৰৰ পৰা এটাও নহয়
উত্তৰ- (ক) সন্তুষ্ট ।
৫। কোৰ্হাল শব্দ অৰ্থ কি ?
(ক) তলৰৰ দুয়োটায়ে হয়
(খ) হাই-উৰুমি
(গ) হুলস্থুল
উত্তৰ- (ক) তলৰৰ দুয়োটায়ে হয় ।
Type by- Bikul Mandal