Chapter- 17
কন্টকৰামৰ বুদ্ধি
১। কেঁটেলা পহু পোৱালিটোৰ নাম কি ?
(ক) কন্টকৰাম
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) মুননা
উত্তৰ- (ক) কন্টকৰাম ।
২। কন্টকৰামে কিয় হাবিৰ পৰা ফল-মূল আনিব লগা হ’ল ?
(ক) মাক আৰু দেউতাকৰ বেমাৰ হোৱা কাৰণে
(খ) তাৰ ভোগ লগা বাবে
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) মাক আৰু দেউতাকৰ বেমাৰ হোৱা কাৰণে ।
৩। থূপ শব্দ অৰ্থ কি ?
(ক) পুঞ্জ
(খ) দ্বীপপুঞ্জ
(গ) ওপৰৰ দুয়োটায়ে হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটায়ে হয় ।
৪। কন্টকৰামে কেইটা নাচপতি আনিলে ?
(ক) ২টা
(খ) ৫টা
(গ) ৪ টা
উত্তৰ- (গ) ৪ টা ।
৫। এহাল কেঁটেলা পহু হাবিত আছিল নে ?
(ক) আছিল
(খ) নাছিল
(গ) ইয়াৰ পৰা এটৃাও নহয়
উত্তৰ- (ক) আছিল ।
৬। পবনৰ অৰ্থ কি ?
(ক) বতাহ
(খ) পানী
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) বতাহ ।
Type by- Bikul Mandal