Chapter- 16
উপদেশৰ পৰিণাম
১। এখন নৈৰ পাৰত কি আছিল ?
(ক) এজোপা প্ৰকাণ্ড গছ আছিল
(খ) এখন হাবি আছিল
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) এজোপা প্ৰকাণ্ড গছ আছিল ।
২। গোটেই দিনটো চৰাইবোৰে ক’ত সোমাই থাকিল ?
(ক) ঘৰ ভিতৰত
(খ) বাহৰ ভিতৰত সোমাই থাকিল
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) বাহৰ ভিতৰত সোমাই থাকিল ।
৩। প্ৰকাণ্ড শব্দ অৰ্থ কি ?
(ক) সৰু
(খ) ইয়াৰ পৰা এটাও নহয়
(গ) ডাঙৰ
উত্তৰ- (গ) ডাঙৰ ।
৪। বাহৰ পৰা ভুমুকিয়াই চাই গছৰ তলত চৰাইবোৰে কি দেখিলে ?
(ক) বাঘক দেখিলে
(খ) এসোপা বান্দৰক দেখিলে
(গ) এটাও নহয়
উত্তৰ- (খ) এসোপা বান্দৰক দেখিলে ।
৫। খেৰ-কুটা মানে কি ?
(ক) ঘাঁহ-বন
(খ) বৰকৈ অস্থিৰ হোৱা
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) ঘাঁহ-বন ।
৬। থৰ্-থৰ্ মানে কি ?
(ক) বৰকৈ অস্থিৰ হোৱা
(খ) আমনি লগা
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) বৰকৈ অস্থিৰ হোৱা ।
Type by- Bikul Mandal