Chapter- 14
দুই বন্ধু আৰু ভালুক
১। দুই বন্ধু ক’লৈ গৈ আছিল ?
(ক) হাবিলৈ গৈ আছিল
(খ) আমেৰিকা গৈ আছিল
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) হাবিলৈ গৈ আছিল ।
২। ভালুকটো দেখি এজনে গছৰ ওপৰত উঠিল আৰু আনজনে কি কৰিলে ?
(ক) আনজনে দৌৰিলে
(খ) মৰা ভাও জোৰিলে
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) মৰা ভাও জোৰিলে ।
৩। ভালুকে গছত উঠিব পাৰে নে নোৱাৰে ?
(ক) নোৱাৰে
(খ) পাৰে
(গ) এটাও নহয়
উত্তৰ- (ক) নোৱাৰে ।
৪। ভালুকটোৱে মৰাশ খায় নে ?
(ক) খায়
(খ) নাখাই
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) নাখাই ।
৫। হাবিখনলৈ যাওতে দুইও জন বন্ধুৱে কি দেখা পালে ?
(ক) সিংহ
(খ) বাঘ
(গ) ভালুক
উত্তৰ- (গ) ভালুক ।
Type by- Bikul Mandal