Chapter- 10
নোৱাঁৰো
১। মোঃচোলেইমান খাঁ কিমান চনত জন্ম হৈছিল ?
(ক) ১৮৬৭ চনত
(খ) ১৮৭০ চনত
(গ) ২০০৯ চনত
উত্তৰ- (খ) ১৮৭০ চনত।
২। তেঁও দেউতাকৰ নাম কি আছিল ?
(ক) চাঁন্দ মহম্মদ খাঁ
(খ) বানীকান্ত কাকতি
(গ) চন্দ্ৰকুমাৰ আগৰৱালা
উত্তৰ- (ক) চাঁন্দ মহম্মদ খাঁ ।
৩। নোৱাঁৰো কবিতাটো কবি জনৰ নাম কি ?
(ক) চন্দ্ৰকুমাৰ আগৰৱালা
(খ) মোঃচোলেইমান খাঁ
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) মোঃচোলেইমান খাঁ ।
৪। কদাপি শব্দ অৰ্থ কি ?
(ক) কেতিয়াও
(খ) মাত
(গ) এটাও নহয়
উত্তৰ- (ক) কেতিয়াও ।
৫। বচন শব্দ অৰ্থ কি ?
(ক) কথা
(খ) বাক্য
(গ) ওপৰৰ দুয়োটায়ে হয়
উত্তৰ- (গ) ওপৰৰ দুয়োটায়ে হয় ।
৬। এশবাৰে মানে কি ?
(ক) বহুবাৰে
(খ) একেবাৰে
(গ) এটাও নহয়
উত্তৰ- (ক) বহুবাৰে ।
৭। হেনজানি মানে কি ?
(ক) এতেকে
(খ) এইদেখি
(গ) দুয়োটায়ে হয়
উত্তৰ- (গ) দুয়োটায়ে হয় ।
Type by- Bikul Mandal