Chapter- 9
পৰুৱা আৰু হাতী
১। হাবিখনত এজাক কি আছিল ?
(ক) পৰুৱা
(খ) হাতী
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) পৰুৱা ।
২। অৰণ্য সমাৰ্থক শব্দ কি ?
(ক) মৰুভূমি
(খ) হাবি
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (খ) হাবি ।
৩। ল’ৰা সমাৰ্থক শব্দ কি ?
(ক) বালক
(খ) বালিকা
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) বালক ।
৪। ছোৱালি সমাৰ্থক শব্দ কি ?
(ক) বালিকা
(খ) বালক
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) বালিকা ।
৫। হাতীটোৱে পৰুৱা সকলক দেখিলে মাৰে নে নামাৰে ?
(ক) নামাৰে
(খ) মাৰে
(গ) এটাও নহয়
উত্তৰ- (খ) মাৰে ।
৬। ক্ষুদ্ৰ শব্দ অৰ্থ কি ?
(ক) সৰু
(খ) ডাঙৰ
(গ) ইয়াৰ পৰা এটাও নহয়
উত্তৰ- (ক) সৰু ।
Type by- Bikul Mandal