Chapter- 6
বতৰৰ কথা
1/ সূৰ্যৰ ভিতৰত কেইটা ৰং আছে ?
(ক) ৯ টা
(খ) ১০ টা
(গ) ৭ টা
উত্তৰঃ (গ) ৭ টা।
2/ আমাৰ চাৰিওফালে কি থাকে ?
(ক) পানী
(খ) বায়ু
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) বায়ু।
3/ সাগৰৰন ওচৰৰ ঠাইৰ বতৰ আৰু দূৰৈৰ ঠাইৰ বতৰ আন ঠাইতকৈ বেলেগ হয় ?
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) শুদ্ধ।
4/ গছ- গছনিৰে ভৰা আৰু পাহাৰীয়া ঠাইত বতৰ আন ঠাইতকৈ একেই
(ক) শুদ্ধ
(খ) অশুদ্ধ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) অশুদ্ধ।
5/ বায়ু পৃথিৱীৰ ক ত থাকে
(ক) তলত থাকে
(খ) ওপতৰ থাকে
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) ওপতৰ থাকে।
6/ কিমান কিল মিটাৰ ওপৰলৈ বায়ু আছে ?
(ক) আঠশ
(খ) ছশ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) ছশ।
7/ অক্সইড নামৰ কেইবিধ গেছৰ পৰিমান কেইটা ?
(ক) ৩ টা
(খ) ৪ টা
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) ৩ টা।
8/ ভাপ বোৰ জমাহৈ কি হৈ যায় ?
(ক) ডাৱৰ বা মেঘ
(খ) বৰষুণ বা শিল
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) ডাৱৰ বা মেঘ।
9/ পাতল মেঘৰ বৰণ কি ৰং হয় ?
(ক) কলা
(খ) বগা
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) বগা।
10/ বতৰৰ লগত মানুহৰ ওচৰ সম্পৰ্ক কেইটা ?
(ক) ৫ টা
(খ) ৪ টা
(গ) ৩ টা
উত্তৰঃ (গ) ৩ টা।
Type By- Subhas Nath