Chapter- 7
তেলীয়াসাৰেং আৰু ফেঁচু
১। তেলীয়াসাৰেঙে কাক মাত দিলে?
(ক) পক্ষু-পক্ষীক
(খ) তাৰ ঘৈণীয়েকক
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (খ) তাৰ ঘৈণীয়েকক ।
২। “ৰাইজৰ হুকুম শিৰত লৈ মই আহিছোঁ” এই কথাষাৰ কোনে কৈছে?
(ক) কাউৰীয়ে
(খ) তেলীয়াসাৰেঙে
(গ) ইয়াৰ ইটাও নহয়
উত্তৰ- (ক) কাউৰীয়ে ।
৩। “কাইলৈ হেনো দিনটো ভাল আৰু পুৱা ঠিক ডেৰপৰ বেলি যোৱাত আপুনি ৰজাৰ খাটোলাত উঠিব লাগে?”
(ক) তেলীয়াসাৰেঙে
(খ) কাউৰীয়ে
(গ) বগলীয়ে
উত্তৰ- (গ) বগলীয়ে ।
৪। কোনে এই বাতৰি শুনি তাৰ হাতত কোনোবাই সোণৰ সোলেং এটা তুলি দিয়া যেন পালে?
(ক) বাগলীয়ে
(খ) তেলীয়াসাৰেঙে
(গ) কাউৰীয়ে
উত্তৰ- (খ) তেলীয়াসাৰেঙে ।
৫। “যোগ্য় ভাৱ-গতিৰে তাৰ চলা উচিত” এই কথাষাৰ কোনে কৈছিল?
(ক) তেলীয়াসাৰেঙে
(খ) কাউৰীয়ে
(গ) বগলীয়ে
উত্তৰ- (ক) তেলীয়াসাৰেঙে ।
৬। “ৰাইজৰ হুকুমত নমৰিলেও চকু মুদিব লাগে বুলি” কোনে কৈছিল?
(ক) কাউৰীয়ে
(খ) তেলীয়াসাৰেঙে
(গ) বগলীয়ে
উত্তৰ- (খ) তেলীয়াসাৰেঙে ।
৭। “কি সৰ্বনাস তপত তেলত জোবোৰা মাৰিবলৈ গ’লে যে গাৰ ছাল যাব” এই কথাষাৰ কোনে কৈছিল?
(ক) তেলীয়াসাৰেঙে
(খ) বগলীয়ে
(গ) কাউৰীয়ে
উত্তৰ- (ক) তেলীয়াসাৰেঙে ।
৮। “মই আপোনাৰ গাত ভালকৈ মাহ-হালদি ঘঁহি দিম” এই কথাষাৰ কোনে কৈছিল?
(ক) তেলীয়াসাৰেঙে
(খ) কাউৰীয়ে
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (গ) ইয়াৰ এটাও নহয় ।
৯। উদণ্ড শব্দৰ অৰ্থ কি?
(ক) ভাত ৰন্ধা
(খ) অসন্তোষ পা
(গ) শাসন নথকা
উত্তৰ- (গ) শাসন নথকা ।
১০। বেজাৰ পা শব্দৰ অৰ্থ কি?
(ক) অসন্তোষ পা
(খ) বৰকৈ বোজাৰ পা
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (ক) অসন্তোষ পা ।
Type by- Bikul Mandal