Chapter-3
পানী
1/ পানী এটা বিশেষ গুণ ?
(ক) পানীত বহুত বস্তু থাকে
(খ) পানী বহুত বস্তু পমে
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) পানী বহুত বস্তু পমে।
2/ মৌ,নেমুৰ বস এলক হ ,ল কি পদাৰ্থ
(ক) পনীয়া
(খ) জুলিয়া
(গ) শুকান
উত্তৰঃ (খ) জুলিয়া।
3/ বৰষুণৰ এভাগ পানী ক’ত সোমাই ?
(ক) ঘৰৰ ভিতৰত
(খ) মাটিত ভিতৰত
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) মাটিত ভিতৰত।
4/ পানী আমি ক ৰ পৰা পাঁও ?
(ক) মাটিৰ পৰা
(খ) নদী পৰা
(গ) বৰষুণৰ পৰা
উত্তৰঃ (ক) মাটিৰ পৰা।
5/ পৰিস্কাৰ পানী কৰ পৰা পোৱা যায় ?
(ক) বৰষুণৰ
(খ) সাগৰ
(গ) মাটি
উত্তৰঃ (গ) মাটি।
6/ পানীত কি কি মিহল হৈ থাকে ?
(ক) বোকা আৰু শিল
(খ) বায়ু আৰু বতাহ
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) বায়ু আৰু বতাহ।
7/ খাল , ডোং, পুখুৰী আদিৰ বিশুদ্ধ ?
(ক) হয়
(খ) নহয়
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) নহয়।
8/ আমি কি পানী খাব লাগে ?
(ক) বিশুদ্ধ পানী
(খ) পৰিস্কাৰ পানী
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (খ) পৰিস্কাৰ পানী।
9/ মাটিৰ পৰা আমি পৰিস্কাৰ পানী খাবলৈ কি কি ব্যৱহাৰ কৰিব লাগে ?
(ক) দমকল, কোঁৱা আদি
(খ) পুখুৰি, তিপ কল ,
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) দমকল, কোঁৱা আদি।
10/ পানী বিভিন্ন ধৰণৰ থাকে ?
(ক) আইৰণ পানী আৰু বিজাণু পানী
(খ) লেতেৰা পানী
(গ) ইয়াৰ ভিতৰত এটাও নহয়
উত্তৰঃ (ক) আইৰণ পানী আৰু বিজাণু পানী।
Type By- Subhas Nath