Chapter-5
ভেকুলীৰ বিয়া
১। বুঢ়া আৰু বুঢ়ীৰ কি নাছিল?
(ক) ধন সম্পত্তী
(খ) ল’ৰা – ছোৱালী
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (খ) ল’ৰা – ছোৱালী ।
২। বুঢ়া বুঢ়ীয়ে কি লৈ মাছ মাৰিবলৈ গৈছিল?
(ক) নাঙল
(খ) ছালনী
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (গ) ইয়াৰ এটাও নহয় ।
৩। বুঢ়ীৰ জকাইত কি উঠিছিল?
(ক) এটা গৰু
(খ) এডাল সাপ
(গ) এটা ভেকুলী
উত্তৰ- (গ) এটা ভেকুলী ।
৪। ভেকুলীয়ে বুঢ়াৰ ঘৰত বহবতীয়া হৈ থাকি বুঢ়াক কি দিম বুলি ভাবিছিল?
(ক) সোণৰ কাপোৰ
(খ) সোণৰ মূদ্ৰা
(গ) সোণৰ সোলেং
উত্তৰ- (গ) সোণৰ সোলেং ।
৫। “চোৱাওই যাওকচোন ইনো কি কৰে”, এই কথাষাৰ কোনে ভাবিছিল?
(ক) বুঢ়াই
(খ) বুঢ়ীয়ে
(গ) ভেকুলীয়ে
উত্তৰ- (ক) বুঢ়াই ।
৬। কোনে গৰু হালকে লৈ গুচি গৈছিল?
(ক) বুঢ়াই
(খ) ইয়াৰ এটাও নহয়
(গ) ভেকুলীয়ে
উত্তৰ- (খ) ইয়াৰ এটাও নহয় ।
৭। “আই বেজাৰ নকৰিব, আপুনি মোক এদোণমান মাহ” এই কথাষাৰ কোনে কৈছিল?
(ক) ৰজাই
(খ) বুঢ়াই
(গ) ভেকুলীয়ে
উত্তৰ- (গ) ভেকুলীয়ে ।
৮। “মই যি কৰোঁ কৰিম” বুলি কোনে কৈাছিল?
(ক) বুঢ়াই
(খ) বুঢ়ীয়ে
(গ) ভেকুলীয়ে
উত্তৰ- (গ) ভেকুলীয়ে ।
৯। “মাহ গোটকৰাই খাওঁ বাটে বাটে যাওঁ” এই কথাষাৰ কোনে কৈছিল?
(ক) বুঢ়াই
(খ) ভেকুলীয়ে
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (খ) ভেকুলীয়ে ।
১০। “যদি ভেকুলীয়ে মোক এইবাৰলৈ ক্ষমা কৰে তেন্তে মই ভেকুলীক মোৰ অৰ্ধৰাজ্য় আৰু মোৰ জী-ক দিুম” বুলি কোনে কৈছিল?
(ক) বাঘে
(খ) সিংহয়ে
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (গ) ইয়াৰ এটাও নহয় ।
Type by- Bikul Mandal