Chapter- 4
দীঘলঠেঙীয়া
১। চোৰটোয়ে কি চোৰ কৰিম বুলি ভাবিছিল?
(ক) বুঢ়ীৰ ধন সম্পতি
(খ) গৰু হাল
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (খ) গৰু হাল ।
২। কোনে কৈছিল যে – ‘কোনটো গৰু বেয়া আন্ধাৰে – মুন্ধাৰে কেনেকৈ চিনিম?’
(ক) চোৰে
(খ) বাঘে
(গ) বুঢ়ীয়ে
উত্তৰ- (ক) চোৰে ।
৩। সি থিৰ কৰি এটা এটাকৈ গৰুবোৰৰ কিহত হাত দিবলৈ ধৰিলে?
(ক) গৰুৰ মূৰত
(খ) গৰুৰ পেতত
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (গ) ইয়াৰ এটাও নহয় ।
৪। কোনে কৈছিল যে- এইটো বৰ কাটন গৰু, ইয়াকে নিব লৈগিব?
(ক) বাঘে
(খ) বুঢ়ীয়ে
(গ) চোৰে
উত্তৰ- (গ) চোৰে ।
৫। কোনে ভাবিছিল যে – তাক ঘাৰ-মোটোকোৱাই নহয়, পেঁপাকঢ়াইহে পাইছিল?
(ক) বাঘে
(খ) বুঢ়ীয়ে
(গ) চোৰে
উত্তৰ- (ক) বাঘে ।
৬। এই কথাষাৰ কোনে কাক কৈছিল- “এ প্ৰভু, দীঘলঠেঙীয়াই নেপায় য়েন”?
(ক) বাঘে
(খ) বুঢ়ীয়ে
(গ) চোৰে
উত্তৰ- (খ) বুঢ়ীয়ে ।
৭। ৰাতিটোৰ বাকীডোখৰ কটাবলৈ সি কি গছত উঠিবলৈ ধৰিলে?
(ক) কঠাঁল
(খ) আমলসি
(গ) ইয়াৰ এটাও নহয়
উত্তৰ- (গ) ইয়াৰ এটাও নহয় ।
৮। “খঁৰা, চাবি, চাবি, চাবি।” এই কথাষাৰ কোনে কৈছিল?
(ক) বাঘে
(খ) চোৰে
(গ) বুঢ়ীয়ে
উত্তৰ- (খ) চোৰে ।
৯। এই কথাষাৰ কোনে ভাবিছিল – “আকৈ পেঁপাকঢ়াই আনবোৰক এৰি মোকেহে ধৰে নেকি”?
(ক) বাঘে
(খ) চোৰে
(গ) বুঢ়ীয়ে
উত্তৰ- (ক) বাঘে ।
১০। আমাকো কিহে পালে বুলি বাঘে ভাবি বৰকৈ ভয় খাই তৰা-নৰা ছিঙি লৰি হাবিলৈ পলাই গুচি গ’ল?
(ক) দীঘলঠেঙীয়াই
(খ) ঘাৰ-মোটোোকোৱাই
(গ) পেঁপাকঢ়াই
উত্তৰ- (গ) পেঁপাকঢ়াই ।
Type by- Bikul Mandal