Chapter- 3
বতৰ, বায়ু পানী
১। একেলেথাৰিয়ে বৰষুণ দি থাকিলে সেই বতৰটোক কি বুলি কয় ?
(ক) খৰাং বতৰ
(খ) ডাৱৰীয়া বতৰ
(গ) ফৰকাল বতৰ
উত্তৰ- (খ) ডাৱৰীয়া বতৰ ।
২। মানুহৰ কাম-কাজৰ ওপৰত কাৰ বহু প্ৰভাৱ পৰে ?
(ক) তলৰ এটাও নহয়
(খ) খাদ্যৰ
(গ) বতৰৰ
উত্তৰ- (গ) বতৰৰ ।
৩। পানীৰ পৰা অনবৰতে কি ওলাই ?
(ক) তাপ
(খ) ভাপ
(গ) বায়ু
উত্তৰ- (খ) ভাপ ।
৪। পৃথিৱীৰ মুঠ উপৰিভাগৰ কিমান ভাগ পানী ?
(ক) ৫০ ভাগ
(খ) ৬১ ভাগ
(গ) ৭১ ভাগ
উত্তৰ- (গ) ৭১ ভাগ ।
৫। পৃথিৱীৰ মুঠ কিমান ভাগ মাটি ?
(ক) ২৯ ভাগ
(খ) ২৫ ভাগ
(গ) ২৬ ভাগ
উত্তৰ- (ক) ২৯ ভাগ ।
৬। পৃথিৱীৰ মাটিভাগক কি বোলে ?
(ক) স্থলভাগ
(খ) জলভাগ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) স্থলভাগ ।
৭। পৃথিৱীৰ পানীভাগক কি বোলে ?
(ক) তলৰ এটাও নহয়
(খ) জলভাগ
(গ) স্থলভাগ
উত্তৰ- (খ) জলভাগ ।
৮। জলবতাহ কেতিয়া বয় ?
(ক) ৰাতি বয়
(খ) দিনত বয়
(গ) সন্ধিয়া বয়
উত্তৰ- (খ) দিনত বয় ।
৯। স্থলবতাহ কেতিয়া বয় ?
(ক) দিনত বয়
(খ) সন্ধিয়া বয়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (গ) ওপৰৰ এটাও নহয় ।
১০। হেমন্ত ঋতুত কি হয় ?
(ক) গৰম বেছি হয়
(খ) ঠাণ্ডা বেছি হয়
(গ) বেছি গৰমো নহয়, ঠাণ্ডাও নহয়
উত্তৰ- (গ) বেছি গৰমো নহয়, ঠাণ্ডাও নহয় ।