Chapter- 2
শিল, মাটি আৰু খনিজ পদাৰ্থ
১। শিল কেই প্ৰকাৰৰ ?
(ক) ৩ প্ৰকাৰৰ
(খ) ৪ প্ৰকাৰৰ
(গ) ৫ প্ৰকাৰৰ
উত্তৰ- (ক) ৩ প্ৰকাৰৰ ।
২। শিলত কিমান মণিক থাকে ?
(ক) ৩ বিধ
(খ) ৪ বিধ
উত্তৰ- (গ) কেইবাবিধো ।
৩। মাটিৰ প্ৰধান উপাদান কেইটা ?
(ক) ৩ টা
(খ) ২ টা
(গ) ৫ টা
উত্তৰ- (খ) ২ টা ।
৪। সাৰ কেই প্ৰকাৰৰ ?
(ক) ৫ প্ৰকাৰৰ
(খ) ৪ প্ৰকাৰৰ
(গ) ২ প্ৰকাৰৰ
উত্তৰ- (গ) ২ প্ৰকাৰৰ ।
৫। অসমৰ মাটি কি ?
(ক) সাৰুৱা
(খ) বোকা
(গ) পলসুৱা
উত্তৰ- (ক) সাৰুৱা ।
৬। গ্ৰেনাইট এবিধ আগ্নেয় শিল হয় নে নহয় ?
(ক) নহয়
(খ) ওপৰৰ এটাও নহয়
(গ) হয়
উত্তৰ- (গ) হয় ।
৭। ইউৰিয়া এবিধ জৈৱিক সাৰ হয় নে নহয় ?
(ক) হয়
(খ) নহয়
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) নহয় ।
৮। মাৰ্বল এবিধ কি শিল ?
(ক) আগ্নেয় শিল
(খ) গেদীয় শিল
(গ) ৰূপান্তৰিত শিল
উত্তৰ- (গ) ৰূপান্তৰিত শিল ।
৯। সাৰে মাটিক কি কৰে ?
(ক) কোমল কৰে
(খ) ডাঠ কৰে
(গ) পাতল কৰে
উত্তৰ- (ক) কোমল কৰে ।
১০। ঋতু কেইটা ?
(ক) ৫ টা
(খ) ৬ টা
(গ) ৪ টা
উত্তৰ- (খ) ৬ টা ।
Type by- Bikul Mandal