(১) ‘মহাভাষ্য’ পুথিখন কোনে লিখিছিল ?
১। পতঞ্জলিয়ে
২। পাণিনীয়ে
৩। কালিদাসয়ে
(২) পহ্লৱসকলৰ শ্ৰেষ্ঠ ৰজা কোন ?
১। মিনান্দাৰ
২। মিলিন্দ
৩। গণ্ডোফাৰ্নিছ
(৩) বৌদ্ধধৰ্মৰ উপাসক কোন ?
১। এন্টিয়ালকিডাচ
২। মিলিন্দ
৩। ওপৰৰ এটাও নহয়
(৪) হিন্দু ধৰ্মৰ উপাসক মিনান্দাৰ হয় নে নহয় ?
১। হয়
২। নহয়
৩। ওপৰৰ এটাও নহয়
(৫) ‘অষ্টাধ্যয়ী’ পুথি কোনে লিখিছিল ?
১। পতঞ্জলিয়ে
২। কালিদাসে
৩। ওপৰৰ এটাও নহয়
(৬) ‘মালবিকাগ্নিমিত্ৰম’ পুথি কোনে লিখিছিল ?
১। পতঞ্জলিয়ে
২। কালিদাসে
৩। ওপৰৰ এটাও নহয়
(৭) কণিষ্ক কুষাণ বংশৰ কিমান তম ৰজা আছিল ?
১। প্ৰথম বংশৰ
২। দ্বিতীয় বংশৰ
৩। তৃতীয় বংশৰ
(৮) কণিষ্কৰ ৰাজধানীৰ নাম কি আছিল ?
১। পুৰুষপুৰ
২। অযোধ্যা
৩। মগধ
(৯) কণিষ্কৰ দ্বিতীয় ৰাজধানীৰ নাম কি ?
১। পুৰুষপুৰ
২। সাতবাহন
৩। মথুৰা
(১০) বৌদ্ধ ধৰ্মৰ ভাগ কেইটা ?
১। ৪ টা
২। ৩ টা
৩। ওপৰৰ এটাও নহয়
(১১) কণিষ্ক কোনটো ধৰ্মৰ পন্থী আছিল ?
১। হীনযানৰ
২। মহাযানৰ
৩। মহানযানৰ
(১২) কাৰ দিনত বৌদ্ধ ধৰ্ম ভাগ হোৱা নাছিল ?
১। কণিষ্কৰ দিনত
২। অশোকৰ দিনত
৩। ওপৰৰ এটাও নহয়
(১৩) যোদ্ধ ত্যাগ কোনে কৰা নাছিল ?
১। অশোকে
২। কণিষ্কই
৩। মিনান্দাৰে
(১৪) ‘সপ্তশতক’ বা ‘সপ্তসতী’ কাৰ সময়ত ৰচিত বিখ্যাত গ্ৰন্থ আছিল ?
১। কুষাণসকলৰ সময়ত
২। শকসকলৰ সময়ত
৩। সাতময়তবাহন সকলৰ স
(১৫) মহাক্ষত্ৰপ উপাধি কোনে লৈছিল ?
১। ৰুদ্ৰদমনে।
২। মিলিন্দই।
৩। কণিষ্কই
(১৬) চেত বংশৰ বিখ্য়াত ৰজা কোন আছিল ?
১। ৰুদ্ৰদমনে।
২। অশোকৰ দিনত।
৩। খাৰৱেল।
(১৭)শুংগ বংশৰ শেষ ৰজা কোন আছিল ?
১। দেৱভুতি।
২। অশোকে।
৩। ওপৰৰ এটাও নহয়।
(১৮) শুংগ বংশৰ শেষ ৰজা দেৱভূতিক তেওঁৰে মন্ত্ৰী বাসুদেৱে হত্য়া কৰি ক’ত প্ৰতিষ্ঠা কৰিছিল ?
১। অশোকৰ দিনত।
২। মগধত কান্ব বংশ।
৩। ওপৰৰ এটাও নহয়।
(১৯) গ্ৰীক ৰজাসকলৰ শ্ৰেষ্ঠ ৰজা কি আছিল ?
১। ৰুদ্ৰদমনে ।
২। সাতময়তবাহন সকলৰ স।
৩। মিনান্দাৰ বা মিলিন্দ।
(২০) চোল ৰাজ্য়ৰ মূল কেন্দ্ৰস্থল কি আছিল ?
১। তাঞ্জোৰ।
২। ৰুদ্ৰদমনে।
৩। ওপৰৰ এটাও নহয়।