Chapter- 5
ভাৰতলৈ ইউৰোপীয়ৰ আগমন
১। কিমান খ্ৰি.ত অট’মান তুৰ্কী সাম্ৰাজ্যৰ অধিপতিয়ে এছিয়া মাইনৰ১ আৰু কনষ্টাণ্টিনপ’ল অধিকাৰ কৰে?
(ক) ১৪৪২
(খ) ১৪৫৩
(গ) ১৪৮৪
উত্তৰ- (খ) ১৪৫৩ ।
২। কিমান খ্ৰি.ত আফ্ৰিকাৰ দক্ষিণ সীমাৰ উত্তমাশা অন্তৰীপৰ কাষেৰে নতুন জলপথ এটাৰ সন্ধান দিলে?
(ক) ১৪৮৭
(খ) ১৪২৮
(গ) ১৪৬৪
উত্তৰ- (ক) ১৪৮৭ ।
৩। কিমান খ্ৰি.ত পৰ্তুগীজ নীবিক ভাস্ক’-ডা-গামাই ভাৰতৰ পশ্চিম উপকূলৰ কালিকট বন্দৰত উপস্থিত হী নতুন জনপথ আৱিষ্কাৰ কৰিলে?
(ক) ১৪২৯
(খ) ১৪৬৪
(গ) ১৪৯৮
উত্তৰ- (গ) ১৪৯৮ ।
৪। কিমান খ্ৰি.ত জুলাই মাজত অহা ভাস্ক’-ডা-গামাক সেই সময়ৰ লকালিকটৰ হিন্দু ৰজা জামৰিণে সাদৰ অভ্যৰ্থনা জনাইছিল?
(ক) ১৪৮৮
(খ) ১৪৯৮
(গ) ১৪৪৬
উত্তৰ- (খ) ১৪৯৮ ।
৫। কিমান খ্ৰি.ত ভাস্ক’-ডা-গামা পুনৰাই ভাৰতলৈ আহে আৰু ক’চিন আৰু কান্নানোৰত পৰ্তুগীজ বাণিজ্যঘাটি স্থাপন কৰে?
(ক) ১৫০২
(খ) ১৫১৪
(গ) ১৫২২
উত্তৰ- (ক) ১৫০২ ।
৬। বৃটিছ ইষ্ট ইণ্ডিয়া কোন চনত গঠন হৈছিল?
(ক) ১৬২৪
(খ) ১৬০৬
(গ) ১৬০০
উত্তৰ- (গ) ১৬০০ ।
৭। কিমান খ্ৰি.ত এজন শাসনকৰ্তা নিয়োগ কৰে?
(ক) ১৫২৭
(খ) ১৫০৫
(গ) ১৫৪৮
উত্তৰ- (খ) ১৫০৫ ।
৮। আলমিডাৰ পিছত কিমান খ্ৰি.ত ভাৰতত পৰ্তুগীজ শাসনৰূপে নিযুক্ত হয়?
(ক) ১৫০৯
(খ) ১৫২৪
(গ) ১৫৮২
উত্তৰ- (ক) ১৫০৯ ।
৯। আলবুকাৰ্বে কিমান খ্ৰি.ত বিজাপুৰ চুলতানৰ অধীনস্থ গোৱা দখল কৰি লৈছিল?
(ক) ১৫২৮
(খ) ১৫০০
(গ) ১৫১০
উত্তৰ- (গ) ১৫১০ ।
১০। কিমান খ্ৰি.ত পোপ তৃতীয় পলে এজন বিচপৰ অধীনত গোৱাৰ কেথালিক ধৰ্মানুষ্ঠান স্থাপন কৰিলে?
(ক) ১৫৮৮
(খ) ১৫৩৪
(গ) ১৫২৮
উত্তৰ- (খ) ১৫৩৪ ।
১১। আলফনছ কাক ভাৰতৰ পৰ্তুগীজ শক্তিৰ প্ৰকৃত প্ৰতিষ্ঠাপক বুলি কোৱা হয়?
(ক) আলবুকাৰ্ক
(খ) ছেৰ ছাহ
(গ) হুমায়ুন
উত্তৰ- (ক) আলবুকাৰ্ক ।
১২। ভাৰতীয় বিশ্বৰ বজাৰত শ্ৰেষ্ঠ ৰপ্তানি সামগ্ৰীৰূপে প্ৰতিষ্ঠা কৰিছিল ডাচ্চসকলে?
(ক) ভাৰতীয় ফল-মূল
(খ) ভাৰতীয় শাপ-পাচলি
(গ) ভাৰতীয় বস্ত্ৰক
উত্তৰ- (গ) ভাৰতীয় বস্ত্ৰক ।
১৩। জ্যাঁ কলবাৰ্টৰ উদ্যোগত কি ক’ম্পেনী প্ৰতিষ্ঠিত হয়?
(ক) Amazon ক’ম্পেনী
(খ) ফৰাচী ইষ্ট ইণ্ডিয়া ক’ম্পেনী
(গ) Tata ক’ম্পেনী
উত্তৰ- (খ) ফৰাচী ইষ্ট ইণ্ডিয়া ক’ম্পেনী ।
১৪। ফৰাচী ইষ্ট ইণ্ডিয়া ক’ম্পেনীৰ মুখ্যয় প্ৰশাসক কোন আছিল?
(ক) ফ্ৰান্সিছ ডুপ্লে
(খ) ভাস্ক’-ডা-গামা
(গ) আলবুকাৰ্ক
উত্তৰ- (ক) ফ্ৰান্সিছ ডুপ্লে ।
১৫। ভাস্ক’-ডা-গামাই কি আৱিষ্কাৰ কৰিছিল?
(ক) জাহাজ
(খ) হেলিকপ্তাৰ
(গ) নতুন জলপথ
উত্তৰ- (গ) নতুন জলপথ ।
১৬। কিমান খ্ৰি.ত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছৰ দূতৰূপ ছাৰ টমাছ ৰ’ সম্ৰাট জাহামগীৰৰ দৰবাৰত উপস্থিত হয়?
(ক) ১৬১৫
(খ) ১৬২৫
(গ) ১৬০২
উত্তৰ- (ক) ১৬১৫ ।
১৭। কিমান খ্ৰি.ত জব চাৰ্ণক নামৰ বৃটিছ বণিকজনে বংগদেশত সফল ব্যৱসায় আৰম্ভ কৰিলে?
(ক) ১৬৮২
(খ) ১৬২৪
(গ) ১৬৯০
উত্তৰ- (গ) ১৬৯০ ।
১৮। কিমান খ্ৰি.ত মোগল সম্ৰাট ফাৰুকচিয়াৰে এখন ফৰমানৰদ্বাৰা বংগ, চেন্নাই আৰু মুম্বাইৰ ইংৰাজ বণিকক বছৰি মাত্ৰ তিনি হাজাৰ টকাৰ বিনিময় দিয়ে?
(ক) ১৭২৮
(খ) ১৭১৭
(গ) ১৭০০
উত্তৰ- (খ) ১৭১৭ ।
১৯। কিমান চনত পৰ্যন্ত ভাৰতত ফৰাচীসকলৰ কোনো ৰাজনৈতিক উদ্দেশ্য নাছিল?
(ক) ১৭৪২
(খ) ১৭৮৮
(গ) ১৭৬৫
উত্তৰ- (ক) ১৭৪২ ।
২০। কিমান খ্ৰি.ত কৰ্ণাটকৰ আগৰ নবাব দোস্ত আলীৰ জোঁৱায়েক চান্দ চাহিবক মাৰাঠাসকলে মুকলি কৰি দিয়ে?
(ক) ১৭৮৮
(খ) ১৭২৬
(গ) ১৭৪৯
উত্তৰ- (গ) ১৭৪৯ ।
Type by- Bikul Mandal