Chapter- 12
বিদ্য়ুৎ
১। গ্ৰিক ভাষাত এম্বাৰক কি বোলে ?
(ক) বিদ্য়ুৎ
(খ) ইলেকট্ৰন
(গ) এটাও নহয়
উত্তৰ- (খ) ইলেকট্ৰন ।
২। ‘ইলেকট্ৰিছিটিৰ’ অসমীয়া প্ৰতিশব্দ কি ?
(ক) বিদ্য়ুৎ
(খ) ইলেকট্ৰন
(গ) এটাও নহয়
উত্তৰ- (ক) বিদ্য়ুৎ ।
৩। ঘৰ্ষণৰ ফলত বিদ্য়ুৎযুক্ত হবলৈ কেইবিধ পদাৰ্থ দৰকাৰ ?
(ক) ৩ বিধ
(খ) ২বিধ
(গ) ৫ বিধ
উত্তৰ- (খ) ২বিধ ।
৪। বৈদ্য়ুতিক আধান কেই ধৰণৰ ?
(ক) ৩ ধৰণৰ
(খ) ২ ধৰণৰ
(গ) ৫ ধৰণৰ
উত্তৰ- (খ) ২ ধৰণৰ ।
৫। ঋণাত্মক আধানক কি চিনেৰে বুজোৱ হয় ?
(ক) ‘—‘ চিনেৰে
(খ) ‘+’ চিনেৰে
(গ) ‘x’ চিনেৰে
উত্তৰ- (ক) ‘—‘ চিনেৰে ।
৬। ধনাত্মক আধানক কি চিনেৰে বুজোৱা হয় ?
(ক) ‘+’ চিনেৰে
(খ) ‘—‘ চিনেৰে
(গ) ‘x’ চিনেৰে
উত্তৰ- (ক) ‘+’ চিনেৰে ।
৭। স্বাভাৱিক অৱস্থাত পৰমাণু এটাৰ মুঠ আধানৰ মান কিমান ?
(ক) পাঁছ
(খ) শূন্য়
(গ) এক
উত্তৰ- (খ) শূন্য় ।
৮। পৰমানু লগ লাগি কি গঠন হয় ?
(ক) নিউক্লিয়াছ
(খ) অনু
(গ) এটাও নহয়
উত্তৰ- (খ) অনু ।
৯। বিদ্য়ুৎপ্ৰবাহ জুখিবলৈ ব্য়ৱহাৰ কৰা একক কি?
(ক) ভ’ল্টমিটাৰ
(খ) এম্পিয়াৰ
(গ) এমিটাৰ
উত্তৰ- (খ) এম্পিয়াৰ ।
১০। বিদ্য়ুৎপ্ৰবাহৰ প্ৰয়োগ কাৰ জীৱনত বহুত?
(ক) মোৰ
(খ) তোমালোকৰ
(গ) আমাৰ
উত্তৰ- (গ) আমাৰ ।
১১। সচৰাচৰ ব্য়ৱহাৰ কৰা বিদ্য়ুৎপ্ৰবাহ ধাতুৰ তাঁৰ বা পৰিবাহীৰে চালিত হয়নে?
(ক) নহয়
(খ) হয়
উত্তৰ- (খ) হয় ।
১২। ইলেকট্ৰনতকৈ গধুৰ আহিত কণিকা কি?
(ক) পানী
(খ) ৰন্ধন
(গ) আয়ন
উত্তৰ- (গ) আয়ন ।
১৩। প্ৰবাহ শব্দটোৱে কোনো বস্তুৰ কিহক বুজায়?
(ক) পানীক
(খ) নদীক
(গ) সোঁতক
উত্তৰ- (গ) সোঁতক ।
১৪। টৰ্চলাইটৰ বাল্বৰ প্ৰায় কিমান ৱাট?
(ক) 2 ৱাট
(খ) 1 ৱাট
(গ) 3 ৱাট
উত্তৰ- (খ) 1 ৱাট ।
১৫। জেনেৰেটৰৰ তাঁৰৰ কুণ্ডলীটো ঘূৰাবলৈ সচৰাচৰ কিমান ধৰণৰ শক্তি ব্য়ৱহাৰ কৰা হয়?
(ক) ছয় ধৰণৰ
(খ) এক ধৰণৰ
(গ) তিনি ধৰণৰ
উত্তৰ- (গ) তিনি ধৰণৰ ।
১৬। প্ৰৱাহৰ আৰু বিভবভেদৰ মান পূৰণ কৰিলে কি মান পোৱা যায়?
(ক) বৈদ্য়ুতিক মান পোৱা যায়
(খ) শক্তিৰ মান পোৱা যায়
(গ) ক্ষমতাৰ মান পোৱা যায়
উত্তৰ- (গ) ক্ষমতাৰ মান পোৱা যায় ।
১৭। বৈদ্য়ুতিক ক্ষমতা একক কি?
(ক) শক্তি
(খ) ৱাট
(গ) ছেকেণ্ড
উত্তৰ- (খ) ৱাট ।
১৮। ঘৰুৱা বৈদ্য়ুতিক বাল্ব কিমানৰ পৰা কিমানলৈ ৱাট আছে?
(ক) 500ৰ পৰা 1000 ৱাটলৈ
(খ) 40ৰ পৰা 100 ৱাটলৈ
(গ) 150ৰ পৰা 175 ৱাটলৈ
উত্তৰ- (খ) 40ৰ পৰা 100 ৱাটলৈ ।
১৯। 4টা 100 ৱাৰ্টৰ বাল্ৱ দিনে 6 ঘণ্টাকৈ কিমান দিনৰ বাবে জ্বলে?
(ক) 45 দিনৰ বাবে
(খ) 30 দিনৰ বাবে
(গ) 22 দিনৰ বাবে
উত্তৰ- (খ) 30 দিনৰ বাবে ।
২০। বৈদ্য়ুতিক শক্তিৰ একক কি?
(ক) ক্ষমতা
(খ) ৱাট
(গ) ৱাট-ছেকেণ্ড
উত্তৰ- (গ) ৱাট-ছেকেণ্ড ।
Type by- Bikul Mandal