Chapter- 5
ধাতু আৰু ইয়াৰ ব্য়ৱহাৰ
১। প্ৰকৃতিত মুঠ কিমানটা মৌল পোৱা গৈছে ?়
(ক) ৭৪ টা
(খ) ৮৫ টা
(গ) ৯২ টা
উত্তৰ- (গ) ৯২ টা ।
২। বিজ্ঞানীয়ে পৰীক্ষাগাৰত প্ৰস্তুত কৰি এতিয়ালৈকে মুঠ কিমানটা মৌলৰ সৃষ্টি কৰে ?
(ক) ৮৯
(খ) ১০৯
(গ) ১২৩
উত্তৰ- (খ) ১০৯ ।
৩। তাপ আৰু বিদ্য়ুতৰ সুপৰিবাহী মৌলক কি বোলা হয় ?
(ক) ৰূপ
(খ) তাম
(গ) ধাতু
উত্তৰ- (গ) ধাতু ।
৪। প্ৰকৃতিত পোৱা ৯২ টা মৌলৰ পাৰ কিমানটা ধাতু ?
(ক) ৮৮ টা
(খ) ৭০ টা
(গ) ৬২ টা
উত্তৰ- (খ) ৭০ টা ।
৫। প্ৰকৃতিত মাথোঁ কিমানটা ধাতু মুক্ত অৱস্থাত আছে ?
(ক) ২ টা
(খ) ৩ টা
(গ) ৪ টা
উত্তৰ- (ক) ২ টা ।
৬। প্ৰকৃতিত মাটি, শিল আদিৰ লগত ধাতুসমূহ মিহলি হৈ থাকে। সেইবোৰক কি বোলে ?
(ক) খনিজ পদাৰ্থ
(খ) মণিক
(গ) খনিজ পদাৰ্থ বা মণিক
উত্তৰ- (গ) খনিজ পদাৰ্থ বা মণিক ।
৭। ধাতু নিষ্কাশন কাৰ্যক মূল কেইটা ভাগত ভাগ কৰিব পাৰি ?
(ক) ২ টা
(খ) ৩ টা
(গ) ৪ টা
উত্তৰ- (খ) ৩ টা ।
৮। ধাতুসমূহক কিমানটা ভাগত ব্য়ৱহাৰ কৰিব পাৰি ?
(ক) ৫ টা
(খ) ৪ টা
(গ) ৩ টা
উত্তৰ- (গ) ৩ টা ।
৯। সংকৰ ধাতুত কিমান শতকৰা ভাগ বিশুদ্ধ ধাতু পোৱাটো কঠিন ?
(ক) ১০০ ভাগ
(খ) ২০০ ভাগ
(গ) ৩০০ ভাগ
উত্তৰ- (ক) ১০০ ভাগ ।
১০। ধাতুৰ ক্ষয়ীভৱন ৰোধ কৰিবলৈ সততে লোৱা ব্য়ৱস্থাসমূহ কেইপ্ৰকাৰৰ ?
(ক) ২ প্ৰকাৰৰ
(খ) ৪ প্ৰকাৰৰ
(গ) ৬ প্ৰকাৰৰ
উত্তৰ- (খ) ৪ প্ৰকাৰৰ ।
১১। প্ৰকৃতিত মাথোঁ কেইটামান ধাতু কি অৱস্থাত থাকে?
(ক) যুক্ত অৱস্থাত
(খ) মুক্ত অৱস্থাত
(গ) ধৰ্ম অৱস্থাত
উত্তৰ- (খ) মুক্ত অৱস্থাত ।
১২। ধাতুৱে সাধাৰণতে অক্সিজেন, পানী আৰু কিহৰ লগত বিক্ৰিয়া কৰে?
(ক) ৰাসায়নিকৰ লগত
(খ) ছিলভাৰ লগত
(গ) এছিডৰ লগত
উত্তৰ- (গ) এছিডৰ লগত ।
১৩। ধাতুকল্প এবিধ কি?
(ক) আইৰণ
(খ) কপাৰ
(গ) আছেনিক
উত্তৰ- (গ) আছেনিক ।
১৪। বিদ্য়ুৎপ্ৰৱাহ ব্য়ৱহাৰ কৰি প্ৰলেপ দিয়া প্ৰক্ৰিয়াক কি বোলা হয়?
(ক) মামৰ বোলা হয়
(খ) আকৰিক বোলা হয়
(গ) বিদ্য়ুৎলেপন বোলা হয়
উত্তৰ- (গ) বিদ্য়ুৎলেপন বোলা হয় ।
১৫। ছডিয়াম মেগনেছিয়ামতকৈ বেছি সক্রিয় হ’ব নে?
(ক) হ’ব
(খ) নহব
উত্তৰ- (ক) হ’ব ।
১৬। থাৰ্ম’মিটাৰ, বেৰ’মিটাৰ আদিত কি ব্য়ৱহাৰ হয়?
(ক) মামৰ
(খ) মাৰ্কাৰি
(গ) আইৰণ
উত্তৰ- (খ) মাৰ্কাৰি ।
১৭। ছডিয়াম মেগনেছিয়ামতকৈ বেছি সক্রিয় নে?
(ক) হয়
(খ) নহয়
উত্তৰ- (ক) হয় ।
১৮। এলুমিনিয়াম ধাতুৰ আকাৰিকৰ নামটো কি?
(ক) গেলেনা
(খ) ৰেড হেমেটাইট
(গ) বক্সাইট
উত্তৰ- (গ) বক্সাইট ।
১৯। সাধাৰণ উষ্ণতাত পানীৰ লগত বিক্রিয়া কৰি হাইড্র’জেন প্রস্তুত কৰা ধাতুটো কি?
(ক) কেলছিয়াম
(খ) ছডিয়াম
(গ) কপাৰ
উত্তৰ- (খ) ছডিয়াম ।
২০। পিতল এবিধ কি?
(ক) যৌগ
(খ) মৌল
(গ) সংকৰ ধাতু
উত্তৰ- (গ) সংকৰ ধাতু ।
Type by- Bikul Mandal