Chapter- 18
গুৰু-গৃহত মাধৱ
1. গুৰু বোলে কাৰ মাক মাধৱ আহিলে আমাক জগাবা?
(ক) ৰামৰমাক
(খ) হৰিৰমাক
(গ) ৰামান্দৰ মাক
উত্তৰ- (গ) ৰামান্দৰ মাক ।
2. কোনে জগাইগৈ বোলে আতা মাধৱ বান্ধৱ আহি ৰৈ আছে উঠা জক?
(ক) হৰিপ্ৰিয়া আপি
(খ) হৰিয়ে
(গ) ৰীমাই
উত্তৰ- (ক) হৰিপ্ৰিয়া আপি ।
3. কিহৰ বস্তু আমাৰ গোসাই বুলিবা?
(ক) ভগৱানৰ বস্তু
(খ) নামঘৰৰ বস্তু
(গ) বৈকুণ্ঠৰ বস্তু
উত্তৰ- (গ) বৈকুণ্ঠৰ বস্তু ।
4. বিনা গৰে যুজিলে কি হয়?
(ক) বেয়া হয়
(খ) ভাল হয়
(গ) ভয় হয়
উত্তৰ- (গ) ভয় হয় ।
5. বিষ্ণুপ্ৰিয়াক কাৰ সৈতে বিয়া দিয়াৰ কথা ওলাইছিল?
(ক) গোসাঁই লগত
(খ) বাপুৰ লগত
(গ) গোসানিৰ লগত
উত্তৰ- (গ) গোসানিৰ লগত ।
6. কি লাগি আশা ভাৰষা কৰা নাই বাপ?
(ক) মনটে বেয়া লাগি
(খ) আক লাগি
(গ) মনটো বেয়া লাগি
উত্তৰ- (খ) আক লাগি ।
7. কিহেৰে যুজিলেহে যুদ্ধাৰু?
(ক) অকলে
(খ) বিনা অনুমতি
(গ) বিনাগৰে
উত্তৰ- (গ) বিনাগৰে ।
8. পাচদিনা আহি গুৰুজনক কিকৈ ভিতৰে গল?
(ক) সেৱাকৈ
(খ) বেয়া কথা কৈ
(গ) মৰমৰ মাত এটা দি
উত্তৰ- (ক) সেৱাকৈ ।
9. বোলে মোৰ গুৰুজনাক কি বুলি মানিচা?
(ক) স্বামী বুলি
(খ) ভগৱান বুলি
(গ) শংকৰদেৱ বুলি
উত্তৰ- (ক) স্বামী বুলি ।
10. নিতে কাৰ কথা সুনে দুও বেলা আহি গৈ?
(ক) ঈশ্বৰৰ কথা
(খ) কৃষ্ণৰ কথা
(গ) বকাসুৰৰ কথা
উত্তৰ- (খ) কৃষ্ণৰ কথা ।
11. গোসাঁই লিংগ পৰিৱৰ্তন কি?
(ক) গোসাঁনী
(খ) সোণ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) গোসাঁনী ।
12. ভকত লিংগ পৰিৱৰ্ত কি?
(ক) ভকতনী
(খ) আইসকল
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (ক) ভকতনী ।
13. স্বামী লিংগ পৰিৱৰ্তন কি?
(ক) স্ত্ৰী
(খ) পত্নী
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) পত্নী ।
14. বান্ধৱ লিংগ পৰিৱৰ্তন কি?
(ক) বন্ধু
(খ) বান্ধৱী
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) বান্ধৱী ।
15. পিতৃ লিংগ পৰিৱৰ্তন কি?
(ক) মহিলা
(খ) মাতৃ
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) মাতৃ ।
16. ককাইদেউ লিংগ পৰিৱৰ্তন কি?
(ক) বৌ
(খ) বাইদেও
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (গ) ওপৰৰ দুইটা হয় ।
17. শশী সমাৰ্থক শব্দ কি?
(ক) জোন
(খ) বেলি
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) জোন ।
18. ৰবি সমাৰ্থক শব্দ কি?
(ক) সৃৰ্য্য়
(খ) তৰা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) সৃৰ্য্য় ।
19. নৌকা সমাৰ্থক শব্দ কি?
(ক) নাও
(খ) নাৱৰীয়া
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) নাও ।
20. গুৰু সমাৰ্থক শব্দ কি?
(ক) শিষ্য়
(খ) শিক্ষক
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) শিক্ষক ।
Type by- Bikul Mandal