Chapter- 15
প্ৰত্য়াগত
1. মধ্য়মীয়া গঢ়ৰ আগমূৰত কি নাই বুলি কৈছে?
(ক) চুলি নাই
(খ) চকু নাই
(গ) কাণ নাই
উত্তৰ- (ক) চুলি নাই ।
2.আৰু চকু দুটা উজ্জ্বল আৰু কি?
(ক) ক’লা
(খ) বগা
(গ) ৰঙা
উত্তৰ- (ক) ক’লা ।
3. মানুহজনে তেওঁক ঘৰত কি নামেৰে মাতিছে?
(ক) বাপু
(খ) মতা
(গ) ৰাম
উত্তৰ- (খ) মতা ।
4. আজিকালি এই নামেৰে মতা মানুহৰ সংখ্য়া প্ৰায় কি হ’ল?
(ক) বেছি
(খ) কম
(গ) নাইকিয়া হ’ল
উত্তৰ- (গ) নাইকিয়া হ’ল ।
5. তোমাক মই সৰুতে ক’ত লগ পোৱা?
(ক) গুৱাহাটীত
(খ) শ্বিলঙত
(গ) যোৰহাটত
উত্তৰ- (খ) শ্বিলঙত ।
6. মানুহ জনৰ নাম কি আছিল?
(ক) হোমেশ্বৰ বৰুৱা
(খ) ৰবীন বৰুৱা
(গ) ৰথীন বৰুৱা
উত্তৰ- (গ) ৰথীন বৰুৱা ।
7. মোৰ দৰে ডাক্তৰ এজনক এতিয়া কোনেও কি বুলি নামাতে?
(ক) চাকৰ বুলি নামাতে
(খ) খুড়া বুলি নামাতে
(গ) ইঞ্জিনীয়াৰ বুলি নামাতে
উত্তৰ- (গ) ইঞ্জিনীয়াৰ বুলি নামাতে ।
8. পিছে তেওঁ ইঞ্জিনীয়াৰ নহৈ কি হ’ল?
(ক) ডাক্তৰ
(খ) গেৰেজৰ মেকাৰ
(গ) কাম কৰা মানুহ হ’ল
উত্তৰ- (ক) ডাক্তৰ ।
9. কোনে হাৰ্টৰ অপাৰেশ্য়ন কৰে?
(ক) কাৰ্ডিঅ’থ’ৰাছিক ছাৰ্জনেহে
(খ) ভৱেন বৰুৱাই
(গ) চন্দ্ৰধৰ বৰুৱাই
উত্তৰ- (ক) কাৰ্ডিঅ’থ’ৰাছিক ছাৰ্জনেহে ।
10.ভিট্ৰিফিকেশ্য়ন নামৰ এটা পদ্ধতিৰে অংগবোৰ কি কৰা হয়?
(ক) পৰিস্কাৰ কৰা হয়
(খ) লেতেৰা কৰা হয়
(গ) সংৰক্ষণ কৰা হয়
উত্তৰ- (গ) সংৰক্ষণ কৰা হয় ।
11. এই বিষয়ত তোমাৰ কি দেখি ভাল পালে?
(ক) কৰ্ম দেখি
(খ) বুধি দেখি
(গ) জ্ঞান দেখি
উত্তৰ- (গ) জ্ঞান দেখি ।
12. তেওঁৰ কি অভাৱ নাছিল?
(ক) বয়-বস্তু
(খ) ঘৰ-দুৱাৰ
(গ) টকা-পইচাৰ
উত্তৰ- (গ) টকা-পইচাৰ ।
13. ষ্টেথস্কপেৰে কি শুনা যায়?
(ক) গান শুনা যায়
(খ) বেমাৰ শুনা যায়
(গ) বুকুৰ ধপধপনি শুনা যায়
উত্তৰ- (গ) বুকুৰ ধপধপনি শুনা যায় ।
14. ডাঃ জয়ন্ত কুমাৰ গোস্বামী বৃত্তিত এগৰাকী কোন আছিল?
(ক) সাহিতিক আছিল
(খ) গায়ক আছিল
(গ) চিকিৎসক আছিল
উত্তৰ- (গ) চিকিৎসক আছিল ।
15. সম্প্ৰতি তেওঁ গুৱাহাটা চিকিৎসা কি আধ্য়াপনা কৰি আছে?
(ক) মহাবিদ্য়ালয়ত
(খ) কলেজত
(গ) ডাক্তৰ
উত্তৰ- (ক) মহাবিদ্য়ালয়ত ।
16. প্ৰত্য়াগত সন্ধি ভাঙা কি?
(ক) প্ৰতি + আগত
(খ) প্ৰত + আগত
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) প্ৰতি + আগত ।
17. প্ৰত্য়াৰোপন সন্ধি ভাঙা কি?
(ক) প্ৰতি + ৰোপন
(খ) প্ৰতি + ৰূপন
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (ক) প্ৰতি + ৰোপন ।
18. অস্ত্ৰোপচাৰ সন্ধি ভাঙা কি?
(ক) অস্ত্ৰ + উপাচাৰ
(খ) অস্ত্ৰ + পচাৰ
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) অস্ত্ৰ + উপাচাৰ ।
19. যোগাযোগ সন্ধি ভাঙা কি?
(ক) যোগ + অযোগ
(খ) যোগ + যোগ
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) যোগ + যোগ ।
20. প্ৰতিষ্ঠান সন্ধি ভাঙা কি ?
(ক) প্ৰতি + থান
(খ) প্ৰতি + স্থান
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) প্ৰতি + স্থান ।
Type by- Bikul Mandal