Chapter- 13
তেজীমলা
1. উত্ৰাৱল পানী কি সানি খলকিছে ছুই ভৰি?
(ক) ক’লা হাঁহি
(খ) বগা হাঁহি
(গ) ৰঙা হাঁহি
উত্তৰ- (গ) ৰঙা হাঁহি ।
2. ৰূপতে ৰূপ তুলি পাৰিজাত ফুলি কোনে জকমকায়?
(ক) মইনাই
(খ) ধনে
(গ) তেজীমলাই
উত্তৰ- (গ) তেজীমলাই ।
3. চৌপাশে বেৰি কিহেৰে পানীৰ লতা বগায়?
(ক) স্ফূৰ্তিৰে
(খ) আনন্দৰে
(গ) মৰমে সাদৰে
উত্তৰ- (গ) মৰমে সাদৰে ।
4. হাতো নেমেলিবি আৰু কি নিছিঙিবি কৰে নাৱৰীয়াতই বুলি কৈছে?
(ক) তামুল নিছিঙিবি
(খ) পানো নিছিঙিবি
(গ) ফুলো নিছিঙিবি
উত্তৰ- (গ) ফুলো নিছিঙিবি ।
5.কবি চন্দ্ৰকুমাৰ আগৰৱালা জন্ম কিমান চনত হৈছিল?
(ক) ১৯৩৮
(খ) ১৯৫৭
(গ) ১৮৬৭
উত্তৰ- (গ) ১৮৬৭ ।
6.কবি চন্দ্ৰকুমাৰ আগৰৱালা মৃত্য়ু কিমান চনত হৈছিল?
(ক) ১৯৩৮
(খ) ১৮২৩
(গ) ১৯০৪
উত্তৰ- (ক) ১৯৩৮ ।
7.কবি চন্দ্ৰকুমান আগৰৱালা পিতৃৰ নাম কি?
(ক) হৰিবিলাস আগৰৱালা
(খ) ভোকেন্দ্ৰ বৰুৱা
(গ) তৰুণৰাম ফুকন
উত্তৰ- (ক) হৰিবিলাস আগৰৱালা ।
8. কবি চন্দ্ৰকুমাৰ আগৰৱালা মাতৃৰ নাম কি?
(ক) মলমা আগৰৱালা
(খ) ভোগেশ্বৰী ফুকননি
(গ) প্ৰেমাৱতী বৰুৱা
উত্তৰ- (ক) মলমা আগৰৱালা ।
9. মিতিৰ শব্দ অৰ্থ কি?
(ক) মিত্ৰৰ, বন্ধু
(খ) শত্ৰু
(গ) মিল
উত্তৰ- (ক) মিত্ৰৰ, বন্ধু ।
10. ভাও শব্দ অৰ্থ কি?
(ক) ভাওনা
(খ) অভিনয়
(গ) অভিপায়
উত্তৰ- (খ) অভিনয় ।
11. চন্দ্ৰকুমাৰ আগৰৱালা কিমান চনত জন্ম হৈছিল?
(ক) ১৮৭৬
(খ) ১৮৬৭
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) ১৮৬৭ ।
12. চন্দ্ৰকুমাৰ আগৰৱালা মৃত্য়ু কিমান চনত হৈছিল?
(ক) ১৯৩৮
(খ) ১৯৮৩
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) ১৯৩৮ ।
13. তেওঁৰ পিতৃৰ নাম কি?
(ক) হৰিবিলাস আগৰৱালা
(খ) চন্দধৰ আগৰৱালা
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) হৰিবিলাস আগৰৱালা ।
14. তেওঁৰ মাতৃৰ নাম কি?
(ক) নিৰদা দেৱী
(খ) মলমা আ়গৰৱালা
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) মলমা আ়গৰৱালা ।
15. বেথা সমাৰ্থক শব্দ কি?
(ক) সমস্য়া
(খ) অসুবিধা
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (ক) সমস্য়া ।
16. বাতৰি সমাৰ্থক শব্দ কি?
(ক) খবৰ
(খ) খা-খবৰ
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (ক) খবৰ ।
17. চকুলো সমাৰ্থক শব্দ কি?
(ক) অশ্ৰু
(খ) চকুপানী
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (ক) অশ্ৰু ।
18. ফুল সমাৰ্থক শব্দ কি?
(ক) ফুলনি
(খ) পুষ্প
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (খ) পুষ্প ।
19. আশা বিপৰীত শব্দ কি?
(ক) নিৰাশা
(খ) বিশ্বাস
(গ) ওপৰৰ দুইটা হয়
উত্তৰ- (ক) নিৰাশা ।
20. স্বপ্ন সমাৰ্থক শব্দ কি?
(ক) দিথক
(খ) সপোন
(গ) ওপৰৰ এটাও নহয়
উত্তৰ- (খ) সপোন ।
Type by- Bikul Mandal