সম্পদৰ সংৰক্ষণ
অনুশীলনী
১) উত্তৰ লিখা-
ক) বন্যপ্ৰাণী আৱাসথলীত কোন তিনিটা উপাদান থকা বিশেষ প্ৰয়োজন ?
উত্তৰঃ-
খ) প্ৰাকৃতিক বিশ্ব ঐতিহ্যৰ স্থান পোৱা অসমৰ ৰাষ্ট্ৰীয় উদ্যান দুখনৰ নাম কি কি ?
উত্তৰঃ-
গ) মানুহ আৰু বণ্যপ্ৰাণীৰ সংঘাতৰ তিনিটা কাৰণ উল্লেখ কৰা ।
উত্তৰ-
ঘ) ব্যাঘ্ৰ প্ৰকল্প থকা দুখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম লিখাঁ।
উত্তৰঃ-
ঙ) অসমৰ বনাঞ্চলত থকা চাৰিবিধ বিৰল প্ৰজাতিৰ প্ৰাণীৰ নাম উল্লেখ কৰা।
উত্তৰঃ-
২) ক অংশৰ লগত খ অংশ মিলোৱা-
ক | খ |
পাহাৰৰ হাবি-বন কাটি উদ্ভিদ উদ্যানত অভয়াৰণ্যত মৰিছাছ দ্বীপত | বিভিন্ন প্ৰজাতিৰ উদ্ভিদ সংৰক্ষনকৰা হয় জুম খেতি কৰা হয়। দ’দ চৰাই আছিল বণ্যপ্ৰাণীবোৰে মুক্তভাৱে বিচৰন কৰি পুৰিব পাৰে। |
৩) খালী ঠাই পূৰ কৰা-
ক) ২১ মাৰ্চ দিনতো ______________ হিচাপে পালন কৰা হয়।
খ) গুৱাহাটীৰ চিৰিয়াখানাত ______________আছে।
গ) মানুহ আৰু বণ্যপ্ৰাণীৰ সংঘাটৰ বাবে __________প্ৰকৃততে দোষী।
ঘ) ডিব্ৰু-চৈখোৱা এখন _________।
ঙ) সংৰক্ষিত বনাঞ্চলবোৰ চাবলৈ অহা পৰ্যটকৰ পৰা চৰকাৰে ____________সংগ্ৰহ কৰে ।
৪) চমু উত্তৰ দিয়া-।
ক) বন্যপ্ৰানী সপ্তাহৰ বছৰৰ কোনটো মাহত পালন কৰা হয়?
উত্তৰঃ-
খ) ৰাষ্টীয় উদ্যানৰ কোনটো ভাগত পৰ্যটকৰ বাবে দৰ্শনৰ ব্যৱস্থা থাকে?
উত্তৰ-
গ) জৈৱ-বৈচিত্ৰ দিৱস কোন তাৰিখে পালন কৰা হয়?
উত্তৰঃ-
ঘ) দ’দ চৰাইৰ লগত কোনবিধ উদ্ভিদ পৃথিৱীৰ পৰা একেলগে বিলুপ্ত হৈ গ’ল?
উত্তৰঃ-
৫) চমুটোকা লিখাঁ।
ক) অভয়াৰণ্য খ) সংৰক্ষিত বনাঞ্চল গ) উদ্ভিদ উদ্যান ঘ) ৰাষ্টীয় উদ্যান