অসমৰ সংস্কৃতি
অনুশীলনী
১) উত্তৰ লিখা-
ক) অসমত বাস কৰা জনজাতিসকলৰ নাম লিখা।
উত্তৰঃ-
খ) কিছুমান আ-অলংকাৰৰ নাম লিখা।
উত্তৰঃ-
গ) তিনিটা নৃত্যৰ নাম লিখাঁ।
উত্তৰঃ-
ঘ) প্ৰাচীনকালত অসমলৈ অহা তিনিটা জনগোষ্ঠীৰ নাম লিখাঁ ?
উত্তৰঃ-
ঙ) চাউলৰ পৰা তৈয়াৰ কৰা চাৰিবিধ খাদ্যবস্তুৰ নাম লিখাঁ।
উত্তৰঃ-
২। ক অংশৰ লগত খ অংশ মিলোৱা
ক | খ |
বড়ো ডিমাছা কাৰ্বি অসমীয়া | ৰিগু ৰিজাম্ফাই পিনি মেখেলা দখনা |
৩) খালী ঠাই পূৰ কৰা-
ক) খেৰাই পূজা ______________ সকলে পালন কৰা উৎসৱ।
খ) কাৰ্বিসকলৰ ঘাই উৎসৱ ____________আৰু __________|
গ) মিচিংসকলে_____________পালন কৰে।
ঘ)ডিমাছাসকলৰ ঘাই উৎসৱ হৈছে__________আৰু __________|
৪) অসমীয়া সংস্কৃতি বুলিলে কি বুজা ?
উত্তৰঃ-
৫)অসমীয়া সংস্কৃতিক অধিক শক্তিশালী ৰুপত গঢ়ি তোলা মহাপুৰুষ গৰাকীৰ নাম কি ?মহাপুৰুষ গৰাকীয়ে অসমীয়া সংস্কৃতিত আগবঢ়োৱা অৱদানসমূহ কি কি ?
উত্তৰঃ-
৬) চমু টোকা লিখাঁ-
ক) উৎসৱ-পাৰ্বন খ) বাদ্যযন্ত্ৰ গ) নৃত্য-গীত ঘ)ৰীতি-নীতি
৭) এখন শৰাইৰ ছবি আঁকা ।
Type Arup Koch