আমাৰ পৰিৱেশ
১) উত্তৰ লিখাঁ ।
ক) পৰিৱেশৰ জৈৱিক উপাদান কেইটাৰ নাম কি কি ?
উত্তৰঃ-
খ) পেংগুইন চৰাইৰ গাৰ গঠন কেনেকুৱা?
উত্তৰঃ-
গ) শিৱসাগৰ জিলাত থকা পুৰনি কীৰ্তিচিহ্ন দুটাৰ নাম লিখাঁ ।
উত্তৰ-ঃ
ঘ) পৰিৱেশৰ অজৈৱিক উপাদানসমৃূহ কি কি ?
উত্তৰঃ-
ঙ) মানৱসৃষ্ট পৰিৱেশ বুলিলে কি বুজা ?
উত্তৰঃ-
২) ক অংশৰ লগত খ অংশ মিলোৱা-
ক | খ |
তেজপুৰ কামৰুপ গোৱালপাৰা ধুবুৰী কাছাৰ | ভূৱন পাহাৰৰ মন্দিৰ টেগবাহাদুৰৰ গুৰুদ্বাৰ অগ্নিগড় পোৱামক্কা সূৰ্যপাহাৰ |
৩) খালী ঠাই পূৰ কৰা-
ক) মৰুভূমিৰ প্ৰানীৰ ছাল _________আৰু _________ ।
খ) বগা ভালুক _________ অঞ্চলত থাকে।
গ) তৃণভূমি অঞ্চলত _________ পোৱা যায়।
ঘ) পানবাৰীৰ _________ মছজিদ ঐতিহ্যৰ প্ৰতীক ।
৪)তলৰ উক্তিসমূহ শুদ্ধ কৰি লিখাঁ ।
ক) বগা ভালুক/হৰিণা/জেব্ৰা মেৰু অঞ্চলৰ প্ৰানী ।
খ) ছীল/বল্গা হৰিণ/য়াকৰ দীঘল আৰু শাখা-প্ৰশাখাযুক্ত শিং থাকে।
গ) জিৰাফ/সিংহ /বাঘৰ গাৰ ৰং ধূসৰ।
৫) চমুটোকা লিখাঁ-জলাহভূমি,অণুজীৱ।
৬) এটা প্ৰাকৃতিক দৃশ্যৰ ছবি আঁকা।
Type Arup Koch