প্ৰাণীৰ প্ৰজনন
১) জীৱৰ প্ৰজনন গুৰুত্ব ব্যাখ্যা কৰা।
উত্তৰ:-
২) মানুহৰ নিষেচন প্ৰক্ৰিয়া বৰ্ণনা কৰা।
উত্তৰ:-
৩) উপযুক্ত উত্তৰতো বাছি উলিওৱা।
ক) অন্তঃনিষেচন ঘটে-
১) স্ত্ৰীৰ দেহত
২)স্ত্ৰীৰ দেহৰ বাহিৰত
৩)পুৰুষৰ দেহত
৪)পুৰুষৰ দেহৰ বাহিৰত
উত্তৰ:- ১) স্ত্ৰীৰ দেহত
খ) লালুকী এটা পূৰ্ণাংগ ভেকুলীলৈ বিকশিত হোৱা প্ৰক্ৰিয়াটো হ’ল-
১) নিষেচন
২) ৰূপান্তৰ
৩) টানকৈ লাগি ধৰা
৪)মুকুলন
উত্তৰ:- ২) ৰূপান্তৰ
গ) এটা যোজন কোষত কোষকেন্দ্ৰ সংখ্যা-
১) নাথাকে
২) এটা
৩) দুটা
৪) চাৰিটা
উত্তৰ:- ২) এটা
৪) নিম্নলিখিত উত্তৰবোৰত শুদ্ধ হ’লে (শু) আৰু অশুদ্ধ হ’লে (অ) লিখিবা।
ক) ডিম্বজ প্ৰাণীয়ে পোৱালী জগায়।
খ) প্ৰতিটো শুক্ৰাণু এক কোষীয়।
গ) ভেকুলীৰ বহিঃনিষেচন হয়।
ঘ) এটা জননকোষৰ পৰা এজন নতুন মানুহৰ সৃষ্টি হয়।
ঙ) নিষেচনৰ পিছত পৰা এটা কণী এক কোষ যুক্ত হয়।
চ) এমিবাই মুকুলনৰ দ্বাৰা বংশ বৃদ্ধি কৰে।
ছ) অযৌন প্ৰজননতো নিষেচন আৱশ্যক।
জ) দ্বৈত বিভাজন এটি অযৌন প্ৰজনন পদ্ধতি।
ঝ) নিষেচনৰ ফলত এটি যোজন কোষৰ গঠন হয়।
ঞ)এটা ভ্ৰূণ এটা একক কোষৰে গঠিত।
উত্তৰ:-
ক) অ
খ) শু
গ) শু
ঘ) অ
ঙ) শু
চ) অ
ছ) অ
জ)শু
ঝ)শু
ঞ)অ
৫) এটা যোজন কোষ আৰু এটা গৰ্ভভ্ৰূণৰ পাৰ্থক্য উল্লেখ কৰা।
উত্তৰ:-
৬) অযৌন প্ৰজননৰ সংজ্ঞা দিয়া। প্ৰাণীৰ অযৌন প্ৰজননৰ দুটা পদ্ধতি বৰ্ণনা কৰা।
উত্তৰ:-
৭) স্ত্ৰীপ্ৰজনন অংগৰ কোনটো অংশত ভ্ৰূণটো লাগি ধৰে?
উত্তৰ:-
৮)ৰূপান্তৰ কি? উদাহৰণ দিয়া।
উত্তৰ:-
৯) অন্তঃনিষেচন আৰু বহিঃনিষেচনৰ মাজত পাৰ্থক্য উলিওৱা।
উত্তৰ:-