স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ
অধ্য়ায়- 4
A. অতি চমু প্ৰশ্নাৱলী : মূল্যাংক : 1
1.শুদ্ধ উত্তৰটো বাছি উলিওৱাঃ
(i) আছাম এছ’চিয়েছনৰ প্ৰথমখন অধিৱেশন ১৯০৫ চনত ক’ত অনুষ্ঠিত হৈছিল ? [HSLC ’18]
(a) শিৱসাগৰত
(b) যোৰহাটত
(c) ডিব্ৰুগড়ত
(d) গোলাঘাটত
(ii) তলৰ কোনজন ‘জোনাকী’ৰ প্ৰথম সম্পাদক আছিল ? [HSLC’19]
(i) হেমচন্দ্ৰ বৰুৱা
(ii) হেমচন্দ্ৰ গোস্বামী
(iii) লক্ষ্মীনাথ বেজবৰুৱা
(iv) চন্দ্ৰকুমাৰ আগৰৱালা
(iii) ১৯০৩ চনত কোনে আছাম এছ’চিয়েছন গঠন কৰিছিল ? [HSLC 20]
(i) পদ্মনাথ গোহাঁই বৰুৱা
(ii) হেমচন্দ্ৰ গোস্বামী
(iii) নবীনচন্দ্ৰ বৰদলৈ
(iv) মাণিক চন্দ্ৰ বৰুৱা
2. গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ কোনটো সংগঠনে পোন প্রথমে দাবী উত্থাপন কৰিছিল ? [HSLC 11]
B. চমু প্রশ্নাৱলী : মূল্যাংক : 2/3
1. যোৰহাট সার্বজনিক সভাৰ প্ৰথমখন সভা কেতিয়া হৈছিল? ইয়াৰ মূল উদ্দেশ্য কি আছিল? [HSLC ’12]
2. স্বাধীনতা আন্দোলনৰ সময়ত অসমত গঠন হোৱা দুটা সামাজিক-ৰাজনৈতিক সংগঠনৰ নাম উল্লেখ কৰা । [HSLC 13]
3. অসমত ১৮৫৭ চনৰ চিপাহী বিদ্রোহ কিয় বিফল হৈছিল? তিনিটা কাৰণ দিয়া।[HSLC ’16]
4. অসম এছ’চিয়েচনৰ প্ৰথমখন অধিৱেশনত নিৰ্বাচিত হোৱা সভাপতি আৰু সাধাৰণ সম্পাদকৰ নাম লিখা । [HSLC 19]
5. আহোম সভা কোনে গঠন কৰিছিল? ইয়াৰ এটা অতি গুৰুত্বপূৰ্ণ কাৰ্যসূচী কি আছিল ? [HSLC 20]
C. ৰচনাধর্মী প্রশ্নাৱলী : মূল্যাংক : 4/5/6
1. অসমত ভাৰত ত্যাগ আন্দোলন কেনেদৰে সংঘটিত হৈছিল লিখা। [HSLC [11]
2. ব্ৰিটিছৰ শাসন কালত গঠিত আসাম এছোছিয়েচনৰ ক্ৰিয়া- কলাপৰ বিষয়ে আলোচনা কৰা। [HSLC ’11]
3. ব্ৰিটিছৰ শাসন কালত ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিভিন্ন ঠাইত হোৱা কৃষক বিদ্ৰোহৰ কাৰণ আৰু ফলাফলসমূহ আলোচনা কৰা। [HSLC 12]
4. মহাত্মা গান্ধীয়ে সূচনা কৰা আইন অমান্য আন্দোলনত অসমৰ মানুহে কেনেদৰে যোগদান কৰিছিল লিখা।[HSLC ’12, 16, 17]
5. ১৯৪২ “ভাৰত ত্যাগ আন্দোলনত” অসমৰ মানুহে কেনেদৰে যোগদান কৰিছিল চমুকৈ আলোচনা কৰা । [HSLC ’13]
6. ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত অসমত কেনেকৈ“ যোৰহাট সার্বজনিক সভা” গঠন হৈছিল ? ইয়াৰ প্ৰধান ক্রিয়া-কলাপবোৰ উল্লেখ কৰা। [HSLC ’13]
7. ভাৰত ত্যাগ আন্দোলনত অসমৰ মানুহৰ ভূমিকা সম্বন্ধে চমুকৈ আলোচনা কৰা । [HSLC ’15]
8. অসমত অসহযোগ আন্দোলনৰ কাৰ্য্যসূচী কিদৰে ৰূপায়িত কৰা হৈছিল চমুকৈ লিখা । [HSLC ’16]
9. ব্ৰিটিছ শাসনাধীন অসমত আসাম এছ’চিয়েচনৰ সমাজ IV সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পর্কে লিখা। [HSLC ’17]
10. ইংৰাজসকলৰ বিৰুদ্ধে অসমৰ বিভিন্ন ঠাইত কেনেকৈ ৰায়ত সভাসমূহ গঢ়ি উঠিছিল? [HSLC ’17, 19]
11. যোৰহাট সার্বজনিক সভাৰ বিষয়ে এটি খতিয়ান দাঙি ধৰা । [HSLC 18]
12. অসমত ‘ভাৰত ত্যাগ আন্দোলন’ৰ কাৰ্যাৱলী আৰু প্ৰভাৱ সম্পর্কে এটি খতিয়ান দাঙি ধৰা ৷ [HSLC ’18]
13. বৰদলৈ মন্ত্ৰীসভাৰ নেতৃত্বত অসমত স্থাপিত হোৱা শিক্ষানুষ্ঠান সমূহৰ বিষয়ে এটি সংক্ষিপ্ত বিৱৰণ দিয়া ।[HSLC’18]
14. ভাৰত ত্যাগ আন্দোলন ত অসমৰ মানুহৰ ভূমিকা সম্বন্ধে সংক্ষেপে আলোচনা কৰা ৷ [HSLC 19] 15. অসমত অসহযোগ আন্দোলনে কেনেকৈ প্ৰসাৰ লাভ কৰিছিল ? [HSLC 20]
16. স্বাধীনতা আন্দোলনৰ সময়ত অসমত কেনেকৈ অসমীয়া জাতীয়তাবাদী চেতনাৰ উত্থান হৈছিল ? [HSLC 20]
Type by- Bikul Mandal