A Truly Beautiful Mind
1. Here are some headings for paragraphs in the text. Write the numbers of the paragraphs each little against heading.
(i) Einstein’s equation = 9
আইনষ্টাইনৰ সমীকৰণ = ৯
(ii) Einstein’s meets his future wife
আইনশ্টাইনে হ’বলগীয়া পত্নীক লগ পাইছিলে = ৭
(iii) The making of a violinist
ভায়লিন বাদকৰ প্ৰস্ত্তি = ৩
(iv) Mileva and Einstein’s mother
মিলেভা আৰু আইনষ্টাইনৰ মাক = ১০
(v) A letter that launched the arms race
এখন চিঠিয়ে অস্ত্ৰ-শস্ত্ৰৰ বাখ্যা দিছিল = ১৫
(vi) A desk drawer full of ideas
বুদ্ধিৰে পূৰ্ণ বাকচ = ৮
(vii) Marriage and divorce
বিবাহ আৰু বিচ্ছেদ = ১১
2. Who had these opinions about Einstein ?
(I). He was boring
⇒ His playmates ( তাৰ সমনীয়াবোৰ )
(II). He was stupid and would never succeed in life.
⇒ A headmaster . (প্ৰধান শিক্ষকে )
(III). He was a freak.
⇒ His mother ( তেওঁ মাক )
3. Explain what the reasons for the following are:
I) Einstein leaving the school in Munich for good
Ans: In Munich, Einstein left the school because he did not like the discipline of the school. He hated the school’s regimentation n and often had clashed with teachers.
মিউনিকত আইনষ্টাইনে স্কূল এৰি আহিছিল, কিয়নো সি স্কূলৰ নিয়মানুবৰ্তিতা অলপো ভাল পোৱা নাছিল । সি স্কূলৰ কঠোৰ শাসন বেয়া পাইছিল আৰু শিক্ষকৰ সৈতে প্ৰায়ে সংঘাত হৈছিল ।
II. Einstein wanting to study in Switzerland rather than in Munich.
Ans: Einstein’s parents Maude to Milan and left their son with relatives, After prolonged discussion, Einstein got his wish to continue his education in German – speaking Switzerland. Actually, it was mare liberal than Munich.
আইনষ্টাইনৰ অভিভাৱক মিলানলৈ স্থানান্তৰিত হৈছিল আৰু তাক পৰিয়ালৰ মানুহৰ লগত থৈ গৈছিল । আশষ আলোচনাৰ অন্তত, আইনষ্টাইনে ছুইজাৰলেণ্ডত পঢ়াৰ সুযোগ লাভ কৰিছিল, তাত মিউনিকতকৈ অধিক স্বাধীনতা আছিল ।
III. Einstein seeing in Mileva an ally.
Ans: Einstein saw in Mileva Marie an ally against the ”Philistines”- those people in his family and at the university with whom he was constantly at adds. He found that she was a’ clever creature’.
আইনষ্টাইনে মিলেভা মেৰীৰ মনত ফিলিষ্টাইনৰ প্ৰতি মৰমৰ ভাব বিচাৰি পাইছিল, যিবোৰ মানুহৰ সৈতে আইনষ্টাইনৰ অলপো ভাল নাছিল । আইনষ্টাইনে মিলেভাক এগৰাকী বুদ্ধিমতী ছোৱালী বুলি বুজি পাইছিল ।
IV. What do these tell you about Einstein ?
Ans: All these tell that Einstein was a genius and had the capabilities to achieve his targets. Mare aver , he had his awn view of life. He liked freedom too mesh.
এই সকলোবোৰৰ পৰা গম পোৱা গ’ল যে আইনষ্টাইন এজন পণ্ডিত আছিল যাৰ নিজৰ লক্ষ্য পূৰ কৰিব পৰাটো সামৰ্থ আছিল । ইয়াৰোপৰি তেওঁ স্বাধীনচিতিয়া মনৰ আছিল আৰু জীৱনৰ অতি নিজা দূষ্টিভংগী আছিল ।
4. What did Einstein call his desk drawer at the patent office ? Why ?
Ans: Einstein called his desk drawer at the patent office the ” bureau of the acritical physics ”. Einstein was actually developing his awn ideas in secret and his drawer had all the evidences which could Moreover the secret.
আইনষ্টাইনে অফিচৰ টেবুলৰ বাকচটোক পদাৰ্থ বিজ্ঞানৰ ভড়াল বুলি কৈছিল । দৰাচলতে তেওঁ গোপন ভাৱে নিজৰ তথ্য উদ্ভাৱন কৰিছিল আৰু বাকচটোৱে সকলো তথ্য উদঙাই দিব পাৰে ।
5. Why did Einstein write a letter to Franklin Roosevelt ?
Ans: With the emergence of Nazis in Germany Einstein emigrated to the United States. It was the fact that the Nazis had ability to develop the atomic bomb. It could destroy the whale world. So he warned he had his own view of life in his letter.
জামানত নাজী অভ্যুথানৰ সময়ত, আইনষ্টাইনে আমেৰিকালৈ গুচি যোৱাৰ সিদ্ধান্ত লৈছিল, কিয়নো এটম বম্ৰ পযাপ্ত সংৰক্ষণ কৰিছিল জামানীয়ে যাৰ পূথিৱী ধ্বংস কৰি দিব পৰা ক্ষমতা আছিল । সেয়ে তেওঁ ফ্ৰেংকলিন ডি. ৰুজভেল্টক চিঠি লিখি ইয়াৰ বিষয়ে অৱগত কৰিছিল ।
6. How did Einstein react to the bombing of Hiroshima and Nagasaki ?
Ans: The atomic bomb destroyed the Japanese cities of Hiroshima and Nagasaki. He was deeply shaken by the extent of the destruction and wrote a public missive to the United Nations.
পাৰমাণৱিক বোমাই জাপানৰ হিৰোছিমা আৰু নাগাছকিৰ চহৰ দুখন ধ্বংস কৰি পেলাইছিল । এই ধ্বংস যঞ্জ দেখি তেওঁ মমাইত হৈছিল আৰু যুক্তৰাষ্ট্ৰলৈ এখন চিঠি লিখিছিল ।
7. Why does the world remember Einstein as a ” world citizen ” ?
Ans: The world remembers Einstein as a ‘world citizen’ because he believed in universal peach. when there was the rat race for becoming atomic power he was warried about the aftermaths of the bomb. He was really a world citizen who was concerned with humanity.
পূথিৱীবাসীয়ে আইনষ্টাইনক কিয় বাসিন্দা বুলি মনত ৰাখিছে কিয়নো তেওঁ বিশ্ব শান্তিত বিশ্বাসী আছিল । যেতিয়া সকলোৱে পাৰমাণৱিক বোমাৰ পাছত দৌৰিছিল সেই সময়ত তেওঁ ইয়াৰ ভয়াবহতাক লৈ চিন্তিত আছিল । তেওঁ সচাঁকৈয়ে বিশ্ব বাসিন্দা যিয়ে সকলোৰে বাবে চিন্তিত আছিল ।
8. Here are some facts from Einstein’s life. Arrange them in chronological order .
[ ] Einstein publishes his special theory of relativity .
[ ] He is awarded the Nobel Prize in Physics .
[ ] Einstein writes a letter to U.S. President , Franklin D. Roosevelt , and warns against Germany’s building of an atomic bomb .
[ ] Einstein attends a high school in Munich .
[ ] Einstein’s family moves to Milan .
[ ] Einstein is born in the German city of Ulm .
[ ] Einstein joins a university in Zurich , where he meets Mileva .
[ ] Einstein dies . U He provides a new interpretation of gravity .
[ ] Tired of the school’s regimentation , Einstein withdraws from school .
[ ] He works in a patent office as a technical expert .
[ ] When Hitler comes to power , Einstein leaves Germany for the United States .