Rain on the Roof
Thinking about the Poem
I.1 . What do the following phrases mean to you ? Discuss in class .
(i) humid shadows
Ans: These are the shadows of different things which become wet during the rainy season.
( বিভিন্ন বস্তুৰ ছাঁ যিবোৰ বৰষুণ দিলে সিক্ত হৈ পৰে )
(ii) starry spheres
Ans: The area where stars appears in a group in the sky.
( আকাশৰ যিবোৰ ঠাইত তৰাবোৰে থূপা খাই থাকে)
(iii) what a bliss
Ans: The poet feels happy when he listens to the rain drops.
(বৰষুণৰ শব্দ শুনি কবিয়ে ভাল পাই )
(iv) a thousand dreamy fancies into busy being start
Ans: The poet starts recollecting the poet and finds himself last in reveries and dreams in the rainy weather.
(কবিয়ে নিজৰ অতীতক মনত পেলাই নিজক পাহৰি পেলাই সপোনৰ মাজত )
(v) a thousand recollections weave their air – threads into woof
Ans: The poet recollects hundreds of memories in the rainy season. They weave a weft with the help of of air threads.
( বৰষুণৰ বতৰত কবিয়ে স্মৃতিবোৰ মনত পেলাই ভাল পেলাই । স্মৃতিৰ জাল গাঠে বতাহৰ সূতাৰে বৰষুণৰ বতৰত )
2. What does the poet like to do when it rains ?
Ans: Poet wants to enjoy rain by lie on bed in a collage, and listen to pitter-patter sound of the rain.
( কবিয়ে বৰষুণ দিনে শুই আৰু বৰষুণৰ শব্দ শুনি ভাল পাই )
3. What is the single major memory that comes to the poet ? Who are the ” darling dreamers ” he refers to ?
Ans: The memory of the poets mother is the single major memory that comes to his mind. The kids who remember their mothers like the poet are the darling dreamers.
( মাকৰ স্মৃতিয়ে একমাত্ৰ স্মৃতি যি কবিৰ মনলৈ আহে কবিৰ মতে যিবোৰ শিশুৱে তেওঁৰ দাৰ নিজৰ মাকক মনত পেলাই সেইবোৰে মৰমৰ সপোন । )
4. Is the poet now a child ? Is his mother still alive ?
Ans: No, the poet is no longer a child. No his mother is not still alive but her memory always haunt him.
( নাই কবি এতিয়া শিশু হৈ থকা নাই । তেখেতৰ মাক মৃত্যু হৈছে যদিও তেওঁৰ স্মৃতিয়ে সদায় কবিক আমনি কৰে । )
II . 1. When you were a young child , did your mother tuck you in , as the poet’s did ?
Ans: Yes my mother used to luck me in my childhood whenever i was failed to do a work, she took me in her lap to get that work done. She felt sad and dejected if i was invalid in any mishaps.
( হয় মোৰ মায়ে লৰালি কালত মই কোনমো কাম কৰিব নোৱাৰিলে আঁকোৱালি লৈছিল আৰু সেই কামটো কৰাত সহায় কৰি দিছিল । মই কোনো কামত বিফল হলে তেখেতে মনত দূখ পাইছিল । )
2. Do you like rain ? What do you do when it rains steadily or heavily as described in the poem ?
Ans: I love rain, it seems like nature is taking shower direct from nature it. But when it rains heavily I stay inside and enjoy tea and snacks.
( বৰষুণ মই খুউব ভাল পাওঁ, এনে লাগে যেন প্ৰকৃতিয়ে আকাশৰ তলত গা ধুইছে । মই বৰষুণত তিতি ভাল পাওঁ । কিন্তু মূষল ধাৰ বৰষুণ দিলে মই ঘৰতে থাকি চাহ আৰু নিমখীয়া বস্তু খাই ভাল পাওঁ।)
3. Does everybody have a cosy bed to lie in when it rains ? Look around you and describe how different kinds of people or animals spend time , seek shelter etc. during rain .
Ans: Everybody is not fortunate to enjoy rain by lie one cosy bed. There are poor people who don’t have roof over head and live at the railway station, bus terminals etc.
Also the stray dops and other animals who don’ t have shelter and tremble under the sky in the rainy season.
(সকলো মানুহে বিছনাত শুই বৰষুণৰ আমেজ লব পৰাকৈ ভাগ্যবান নহয় । কিছুমান দূখীয়া মানুহ আছে যাৰ শুবৰ বাবে বিছনা নাই আৰু থাকিবৰ বাবে ঘৰ নাই । সেইবোৰে মানুহে ৰেলষ্টেচন বাছ আস্থান আদিত নিজৰ জীৱন অতিবাহিত কৰে।)
( ইয়াৰ উপৰিও ৰাস্তাৰ কুকুৰ তথা জীৱ জন্তুবোৰৰ ঘৰৰ ব্যৱস্থা নাথাকে যাৰ বাবে তেওঁলোকে বৰষুণত তিঁতি কঁপি কঁপি দিন পাৰ কৰে । )