Class 7 AJB history MCQs Chapter 13  অসমৰ আ- অলংকাৰ

১) আদিতে মানুহে আ- অলংকাৰৰ দৰে কি কি ব্য়ৱহাৰ কৰিছিল?

  1. জন্তুৰ ছাল, দাতঁ, হাড়,
  2. চৰাই ছাল, হাড়, দাতঁ,
  3. শিলৰ টোকুৰা, গছৰ পাত

উত্তৰঃ জন্তুৰ ছাল, দাতঁ, হাড়,

২) অসমীয়া সমাজত আ- অলংকাৰ কোনে পৰিধান কৰে?

  1. পুৰুষে
  2. মহীলায়
  3. পুৰুষ আৰু মহীলা উভয়

উত্তৰঃ পুৰুষ আৰু মহীলা উভয়

৩) পুৰুষে কত অলংকাৰ পৰিধান কৰিছিল?

  1. হাট আৰু ডিঙিত
  2. নাক আৰু কাণত
  3. কাণ আৰু ডিঙিত

উত্তৰঃ কাণ আৰু ডিঙিত

৪) লোকাপাৰ অলংকা কি চৰাই আৰ্হিত নিৰ্মান কৰা হয়?

  1. বগলি চৰাই
  2. ময়ুৰ চৰাই
  3. পাৰ চৰাই

উত্তৰঃ পাৰ চৰাই

৫) লোকপাৰ কত পিন্ধে

  1. ডিঙিত
  2. কাণত
  3. নাকত

উত্তৰঃ কাণত

৬) কেৰু দেখা ত কি ফুলৰ দৰে?

  1. পদুম ফুলৰ দৰে
  2. গোলাপ ফুলৰ দৰে
  3. নাহৰ ফলৰ দৰে

উত্তৰঃ পদুম ফুলৰ দৰে

৭) সৰু আকৃতিৰ কেৰুক কি বোলা হৈছিল?

  1. লংকেৰু
  2. সৰু কেৰু
  3. বৰ কেৰু

উত্তৰঃ লংকেৰু

৮) লংকেৰু কোনে পৰিধান কৰিছিল?

  1. মহীলায়
  2. সৰু কেচুৱাই
  3. পুৰুষে

উত্তৰঃ পুৰুষে

৯) ডাঙৰ কেৰু কোনে পৰিধান কৰিছিল?

  1. মহীলায়
  2. সৰু কেচুৱাই
  3. পুৰুষে

উত্তৰঃ মহীলায়

১০) মতামণি কোনে পৰিধান কৰিছিল?

  1. মহীলায়
  2. সৰু কেচুৱাই
  3. পুৰুষে

উত্তৰঃ পুৰুষে

১১) বিৰিৰ আকৃতি কিহৰ দৰে?

  1. ঢোলৰ দৰে
  2. খোলৰ দৰে
  3. জোনৰ দৰে

উত্তৰঃ খোলৰ দৰে

১২) গাম খাৰু কত পৰিধান কৰা হয়?

  1. হাতত
  2. ভৰিত
  3. ককালত

উত্তৰঃ হাতত

১৩) চিতি-পাতি কত পৰিধান কৰে?

  1. ককালত
  2. ভৰিত
  3. মুৰত

উত্তৰঃ মুৰত

১৪) ডুগডুগি অলংকাৰ বিধ দেখিবলি কেনেকুৱা 

  1. আম পাতৰ দৰে
  2. পানৰ দৰে
  3. তামোলৰ দৰে

উত্তৰঃ পানৰ দৰে

১৫) গলপতা কোনে আৰু কত পৰিধান কৰে?

  1. মহীলা সকলে ডিঙিত
  2. তিৰোতা সকলে ভৰিত
  3. তিৰোতা সকলে ডিঙিত

উত্তৰঃ তিৰোতা সকলে ডিঙিত

১৬) কাণফুল কোনে পৰিধান কৰে?

  1. সৰু ছোৱালীৱে
  2. সৰু লৰাই
  3. ডেকা লৰাই

উত্তৰঃ সৰু ছোৱালীৱে

১৭) কাণ ফুল দেখা কেনেকোৱা 

  1. ওলমি থকা পদুমৰ দৰে
  2. ওলমি থকা গোলাপৰ দৰে
  3. ওলমি থকা ৰহুনৰ দৰে

উত্তৰঃ ওলমি থকা পদুমৰ দৰে

১৮) কাণফুলৰ পাহিবোৰত কি লাগি থাকে ?

  1. বাখৰ
  2. মুকুতা
  3. মিণি

উত্তৰঃ বাখৰ

১৯) আঙুথিৰ আৰ্হি কেনেকোৱা?

  1. চেপেতা
  2. জোঙা
  3. নিদিষ্ট আৰ্হি নাই

উত্তৰঃ নিদিষ্ট আৰ্হি নাই

২০) আঙুথি কিহৰে তৈয়াৰি?

  1. সুন, ৰূপ, তাম,
  2. সুন,ৰূপ, পাত
  3. মুগা,ৰিহা

উত্তৰঃ সুন, ৰূপ, তাম,