১)আদিম যুগৰ মানুহে বস্ত্ৰ হিচাপে কি পৰিধান কৰিছিল?
- সৌম বস্ত্ৰ.
- গছৰ চাল, পাত
- মুগা ৰিহা
উত্তৰঃ গছৰ চাল, পাত
২) সাজ-পুছাকৰদ্বাৰা এজন ব্য়ক্তিক কি কি প্ৰকাশ কৰে ?
- ভদ্ৰ, নম্ৰ
- ৰুচি- অভিৰুচি, ব্য়ক্তিত্বৰ
- সজা,জ্ঞানি
উত্তৰঃ ৰুচি- অভিৰুচি, ব্য়ক্তিত্বৰ
৩) কিহৰ মাজেৰে এটা জাতিৰ ছিনাকি প্ৰকাশ পোৱা যায়?
- আচাৰ-আচৰনৰ মাজেৰে
- সাজ পাৰৰ মাজেৰে
- সংস্কাৰ মাজেৰে
উত্তৰঃ সাজ পাৰৰ মাজেৰে
৪) কোন দুখন গন্থত অসমীয়া মানুহৰ সাজ পাৰৰ বিষয়ে পুৱা যায়?
- শ্ৰীহৰ্ষচৰিত, কালিকা পুৰান
- মহাভাৰত, ৰামায়ন
- কোৰান, বাইবেল, জাতক
উত্তৰঃ শ্ৰীহৰ্ষচৰিত, কালিকা পুৰান
৫) অসমৰ পুৰুষ সকলে অতিত কালৰে পৰা কি কি পৰিধান কৰে ?
- গছৰ চাল
- ধুতি, চোৰিয়া
- চেলেং
উত্তৰঃ ধুতি, চোৰিয়া
৬) অসমীয়া মহিলাৰ প্ৰধান সাজপাৰ কি কি?
- চাদৰ, মেখেলা, চেলেং
- চাদৰ,গামুচা, চোৰিয়া
- চাদৰ, মেখেলা
উত্তৰঃ চাদৰ, মেখেলা
৭) কিহৰ বাবে অসমৰ নাম গোতেই বিশ্বতে বিখ্য়ীত হল?
- এৰি আৰু কপাহী কাপুৰৰ বাবে
- কাহঁ আৰু পিতলৰ বাবে
- চাহৰ বাবে
উত্তৰঃ এৰি আৰু কপাহী কাপুৰৰ বাবে
৮) গাৱে ভুঞে প্ৰচলিত বিয়ানাম, বিহুনাম আদিত কাৰ সাজ পোচাকৰ বিৱৰন আছে?
- পুৰুষৰ
- মহীলাৰ
- পুৰুষ আৰু মহীলা উভয়ৰে
উত্তৰঃ পুৰুষ আৰু মহীলা উভয়ৰে
৯)মুগা সূতা কৰ পৰা তৈৱাৰ কৰা হয় ?
- মেছিনৰ পৰা
- পলুৰ পৰা
- গছৰ পাতৰ পৰা
উত্তৰঃ পলুৰ পৰা
১০) পলুৰ খাদ্য় কি?
- ঘাহ
- মাছ
- গছৰ পাত
উত্তৰঃ গছৰ পাত
.
১১) মন্দিৰলৈ গলে অসমীয়া মানুহে কি পৰি ধান কৰে ?
- ধুতি, চেলেং, গামুচা
- ধুতি, চাৰ্ত, গামুচা
- ওপৰৰ এটাও নহয়
উত্তৰঃ ধুতি, চেলেং, গামুচা
১২) সাধাৰনতে গমুচাৰ কি ৰংৰ হব লাগে?
- ৰঙা ৰঙৰ ফুল হব লাগে
- বগা ৰঙৰ ফুল হব লাগে
- এটাও নহয়
উত্তৰঃ ৰঙা ৰঙৰ ফুল হব লাগে
১৩) তাত শালত কাপোৰ বোৱা মহীলাক কি বোলা হয়?
- শিল্পি
- শিপিনী
- তাতৈ
উত্তৰঃ শিপিনী
১৪) তাত শালত ব্য়ৱহাৰ হোৱা দুবিধ সজুলিৰ নাম?
- মাকু, মুহুৰা
- চেৰেকি, মনিটৰ
- ওপৰৰ এটাও নহয়
উত্তৰঃ মাকু, মুহুৰা
১৫)আদিম যুগত মানুহে কত বাস কৰিছিল?
- গুহাত
- অৰণ্য়ত
- হাবিত
উত্তৰঃ অৰণ্য়ত
১৬)কিহৰ মাজেৰে এটা জাতিৰ চিনাকী পুৱা যায়?
- কথা কোৱাৰ ধৰনৰ দ্বাৰা
- সাজপাৰৰ পৰা
- খোৱা খাদ্য়ৰ পৰা
উত্তৰঃ সাজপাৰৰ পৰা
১৭) নাৰীৰ সাজ-পোছাকৰ বৰ্ণনা কত পোৱা যায়?
- প্ৰাক্-বৈষ্ণৱ যুগৰ সাপিত্য়ৰ ৰচনাত
- মহা-ভাৰতত
- ৰামায়ণত
উত্তৰঃ প্ৰাক্-বৈষ্ণৱ যুগৰ সাপিত্য়ৰ ৰচনাত
১৮) উচ্চ শ্ৰেণীৰ মহিলা সকলে কলৈ মেখেলা পৰিধান কৰিছিল?
- ভৰিৰ সৰু গাঠিলৈ
- আঠুৰ মুৰলৈ
- ওপৰৰ এটাও নহয়
উত্তৰঃ ভৰিৰ সৰু গাঠিলৈ
১৯)অনুষ্ঠানত অসমৰ থলুৱা বাসিন্দাসকলে নিজৰ কিহৰ বৈশিষ্ট্য় ৰক্ষাৈ কৰে?.
- সাজপাৰৰ
- নীতি নিয়মৰ
- সংস্কাৰ
উত্তৰঃ সাজপাৰৰ
২০) অসমীয়া সমাজত সকলোতকৈ আদৰৰ কাপোৰ বিধ কি?
- গামোচা
- চেলে়ঙ
- ওপৰৰ এটাও নহয়
উত্তৰঃ গামোচা