পৰিৱেশ আৰু পৰিৱেশিকা সমস্যা
অনুশীলনী
১। পৰিৱেশ বুলিলে কি বুজায় নিজৰ ভাষাত লিখা ।
উত্তৰঃ
২। পৰিৱেশৰ কেইটামান জৈৱ আৰু অজৈৱ উপাদানৰ কথা উল্লেখ কৰা ।
উত্তৰঃ
৩। স্থলমণ্ডল বুলিলে কি বুজায় লিখা । ৪। জলমণ্ডলৰ ভিতৰত কি কি পৰে লিখা ।
উত্তৰঃ
৫। বায়ুমণ্ডল কিহেৰে গঠিত লিখা ।
উত্তৰঃ
৬। জীৱমণ্ডলৰ বিস্তৃতি সম্বন্ধে লিখা ।
উত্তৰঃ
৭। পৃথিৱীৰ পৰিৱেশৰ প্ৰধান মণ্ডল চাৰিটাৰ মাজৰ সম্বন্ধৰ বিষয়ে চমুকৈ লিখা ।
উত্তৰঃ
৮। পৰিৱেশৰ পৰিবৰ্তনৰ প্ৰধান কাৰকবােৰ উল্লেখ কৰা ।
উত্তৰঃ
৯। পৰিৱেশৰ সমস্যা মানে কি ব্যাখ্যা কৰা ।
উত্তৰঃ
১০। ভৌগােলিক দিশৰপৰা পৰিৱেশৰ সমস্যাক কি কি ভাগত ভগাব পাৰি লিখা ।
উত্তৰঃ
১১। পৰিৱেশৰ স্থানীয় সমস্যা কি ? উদাহৰণ দি লিখা ।
উত্তৰঃ
১২। পৰিৱেশৰ আঞ্চলিক সমস্যাৰ দুটা উদাহৰণ দিয়া ।
উত্তৰঃ
১৩। কোনবােৰ সমস্যাক গােলকীয় পৰিৱেশ সমস্যা বুলি কোৱা হয় লিখা ।
উত্তৰঃ
১৪। পৰিৱেশৰ প্রধান সমস্যাসমূহ উল্লেখ কৰা ।
উত্তৰঃ
১৫। প্ৰদূষণৰ অর্থ লিখা ।
উত্তৰঃ
১৬। পানী প্রদূষণ কি আৰু কেনেকৈ হয় লিখা ।
উত্তৰঃ
১৭। মাটি প্ৰদূষণৰ বিষয়ে এটি চমু টোকা লিখা ।
উত্তৰঃ
১৮। বায়ু কেনেকৈ প্ৰদূষিত হয় লিখা ।
উত্তৰঃ
১৯। মৰুভূমি কাক বােলে ? মৰুকৰণৰ সংজ্ঞা দিয়া ।
উত্তৰঃ
২০। মৰুকৰণৰ কাৰণ দর্শাৱা ।
উত্তৰঃ
২১। মকৰণ সমস্যাৰ সমাধান সম্ভৱনে ?
উত্তৰঃ
২২। গােলকীয় উত্তাপ বৃদ্ধি কি ? ইয়াৰ কাৰকবােৰ উল্লেখ কৰা ।
উত্তৰঃ
২৩। গােলকীয় উত্তাপ বৃদ্ধিয়ে কি ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব লিখা ।
উত্তৰঃ
২৪। গােলকীয় উত্তাপ বৃদ্ধি বােধ কৰাৰ উপায় কি ?
উত্তৰঃ
২৫। তােমাৰ নিজৰ ঠাইখনত পৰিৱেশৰ কিবা সমস্যা আছেনে ? যদি আছে তাৰ কাৰণ ব্যাখ্যা কৰা আৰু সমাধানৰ উপায় চিন্তা কৰি লিখা ।