হোমি জাহাংগীৰ ভাবা
১। শৈশৱ কালত সাধাৰণতে শিশুসকলৰ কি গভীৰ হয় ?
উত্তৰঃ শৈশৱ কালত সাধাৰণতে শিশুসকলৰ টোপনি গভীৰ হয়।
২. টোপনি পাতল ল’ৰাজনৰ নাম কি ?
উত্তৰঃ টোপনি পাতল ল’ৰাজনৰ নাম হোমি জাহাংগীৰ ভাবা।
৩. কিমান চনত হোমি জাহাংগীৰ ভাবাৰ জন্ম হৈছিল ?
উত্তৰঃ ১৯০৯ চনৰ ৩০ অক্টোবৰত হোমি জাহাংগীৰ ভাবাৰ জন্ম হৈছিল।
৪. পল এড্ৰিয়েন মৌৰিচৰ কিমান চনত জন্ম হৈছিল ?
উত্তৰঃ পল এড্ৰিয়েন মৌৰিচৰ ১৯০২ চনত জন্ম হৈছিল।
৫. তেখেতৰ চিঠিখনৰ নাম কি ?
উত্তৰঃ তেখেতৰ চিঠিখনৰ নাম কোৱাণ্টাম।
৬. তেখেতে কিমান চনৰ পৰা কিমান চনলৈ কেমব্ৰিজ বিশ্ববিদ্য়ালয়ৰ গণিতৰ লুকাচিয়ান প্ৰফেচাৰৰ আসন শুৱনি কৰিছিল ?
উত্তৰঃ তেখেতে ১৯৩২ চনৰ পৰা ১৯৬৯ কেমব্ৰিজ বিশ্ববিদ্য়ালয়ৰ গণিতৰ লুকাচিয়ান প্ৰফেচাৰৰ আসন শুৱনি কৰিছিল।
৭. এই আসনখন অতি সন্মানীয় আছিলনে ?
উত্তৰঃ এই আসনখন অতি সন্মানীয় আছিল।
৮. কিমান চনত পল এড্ৰিয়েন মৌৰিচৰ মৃত্য়ু হৈছিল ?
উত্তৰঃ ১৯৮৪ চনত পল এড্ৰিয়েন মৌৰিচৰ মৃত্য়ু হৈছিল।
৯. তেখেত লণ্ডনলৈ কিয় গৈছিল ?
উত্তৰঃ তেখেত লণ্ডনলৈ ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈছিল।
১০. হোমি জাহাংগীৰ ভাবা কেনেকৈ মৃত্য়ু হৈছিল ?
উত্তৰঃ হোমি জাহাংগীৰ ভাবা বিমান দুৰ্ঘটনাত মৃত্য়ু হৈছিল।
Type By- Subhas Nath