Chapter- 7
ৰাভা জনগোষ্ঠী আৰু ফাৰকান্তি উৎসৱ
1. অসম এখন কি ৰাজ্য়?
(ক) বৈচিত্ৰপূৰ্ণ
(খ) অবৈচিত্ৰপূৰ্ণ
(গ) চিত্ৰপূৰ্ণ
উত্তৰ- (ক) বৈচিত্ৰপূৰ্ণ ।
2. অপৰূপ প্ৰাকৃতিক কিহেৰে অসমৰ বৃহৎ ভূমি?
(ক) ভাষাৰে
(খ) ৰূপেৰে
(গ) সৌন্দৰ্য্য়ৰে
উত্তৰ- (গ) সৌন্দৰ্য্য়ৰে ।
3. কিহৰ মিলনৰ বাবে অসমীয়া জাতি গঢ়ি উঠিছে?
(ক) চৰাইৰ
(খ) জন্তুৰ
(গ) জাতি-জনগোষ্ঠীৰ
উত্তৰ- (গ) জাতি-জনগোষ্ঠীৰ ।
4.ৰাভাসকল অসমৰ এটা বৃহৎ কি?
(ক) এলেকা
(খ) চৌপাশ
(গ) জনগোষ্ঠীৰ
উত্তৰ- (গ) জনগোষ্ঠীৰ ।
5. অসমৰ পাহাৰীয়া জিলা কেইখন?
(ক) এখন
(খ) সাতখন
(গ) দুখন
উত্তৰ- (গ) দুখন ।
6. সকলো খেলৰে পৰিয়ালসমুহৰ মূৰব্বী কোন ?
(ক) স্ত্ৰী
(খ) পুৰুষ
(গ) উভয়
উত্তৰ- (খ) পুৰুষ ।
7. ৰাভাসকলৰ সামাজিক জীৱন কি
(ক) বেয়া
(খ) ভাল
(গ) শৃংখলাবদ্ধ
উত্তৰ- (গ) শৃংখলাবদ্ধ ।
8. ৰাভা সমাজত বিভিন্ন প্ৰকাৰৰ কি প্ৰচলন আছে?
(ক) বিবাহ
(খ) কাম-কাজ
(গ) ৰীতি-নীতি
উত্তৰ- (ক) বিবাহ ।
9. ৰাভাসকল মূলতঃ কি?
(ক) কৃষিজীৱী
(খ) ব্য়ৱসায়
(গ) চাকৰি
উত্তৰ- (ক) কৃষিজীৱী ।
10. ৰাভা মহিলাই ঘৰতে কি প্ৰস্তুত কৰি লয়?
(ক) বিভিন্ন ধৰণৰ কাঠৰ বস্তু
(খ) পিলাষ্টিকৰ পুতলা
(গ) সাজ-পাৰ
উত্তৰ- (গ) সাজ-পাৰ ।
11. পয়োভৰ শব্দ অৰ্থ কি?
(ক) হেঁচা
(খ) তললৈ যোৱা
(গ) ওপৰলৈ অহা
উত্তৰ- (ক) হেঁচা ।
12. ৰাভাসকলে ব্য়ৱহাৰ কৰা বাদ্য়ৰ নাম কি?
(ক) গমেনা, বাদুংদু’প্পা
(খ) পেঁপা
(গ) বাঁহী
উত্তৰ- (ক) গমেনা, বাদুংদু’প্পা ।
13. বাদ্য়যন্ত্ৰসমুহ কিহেৰে সাজি লয়?
(ক) পিলাষ্টিকেৰে
(খ) বেতেৰে
(গ) কাঠ-বাঁহেৰে
উত্তৰ- (গ) কাঠ-বাঁহেৰে ।
14. মৰিশালিৰ নাতিদুৰৈত থকা লঠঙা শিমলু এজোপাত কেইটা পৰি আছিল?
(ক) চাৰিটা
(খ) তিনিটা
(গ) ছয়টা
উত্তৰ- (ক) চাৰিটা ।
15. ৰাভাসকলৰ উৎসৱ-অনুষ্ঠানসমূহৰ ভিতৰত কি উৎসৱ অন্য়তম।
(ক) গণতন্ত্ৰ দিৱস
(খ) গণৰাজ্য় দিৱস
(গ) ফাৰকান্ত দিৱস
উত্তৰ- (গ) ফাৰকান্ত দিৱস ।
16.ৰাভাসকলৰ খেল প্ৰধানকৈ কেইটা ভাগত ভগোৱা হৈছে?
(ক) আঠটা ভাগত
(খ) সাতটা ভাগত
(গ) নটা ভাগত
উত্তৰ- (ক) আঠটা ভাগত ।
17. ফাৰকান্তি উৎসৱত কি নৃত্য় পৰিৱেশন কৰা হয়?
(ক) বিহু নৃত্য়
(খ) ফাৰকান্তি নৃত্য়
(গ) হুচৰি নৃত্য়
উত্তৰ- (খ) ফাৰকান্তি নৃত্য় ।
18. খেল শব্দ অৰ্থ কি?
(ক) ধৰ্মীয় ৰীতি-নীতি
(খ) ধেমালি
(গ) স্ফূৰ্তি
উত্তৰ- (ক) ধৰ্মীয় ৰীতি-নীতি ।
19. পানীয় শব্দ অৰ্থ কি?
(ক) পনীয়া
(খ) গোটা
(গ) পি খাব পৰা
উত্তৰ- (গ) পি খাব পৰা ।
20. প্ৰণালী শব্দ অৰ্থ কি?
(ক) কোনো কামৰ বাবে নিৰ্দিষ্ট নীতি-নিয়ম
(খ) তৈয়াৰী
(গ) অপ্ৰণালী
উত্তৰ- (ক) কোনো কামৰ বাবে নিৰ্দিষ্ট নীতি-নিয়ম ।
Type by- Bikul Mandal