উত্তৰ দিয়া।
ক) লঘোন পদ্যটো ৰচনা কৰা লেখক জনৰ নাম কি।
উত্তৰ-
খ) লঘোন শব্দৰ অৰ্থ কি।
উত্তৰ-
গ) পালোৱান বুলিলে কেনেকুৱা মানুহ এজনৰ ছবি তোমাৰ মনলৈ আহে ?
উত্তৰ-
লঘোন পদ্য়টিৰ ভিত্তিত ক-অংশৰ লগত খ-অংশৰ কথাখিনি মিলাই লিখা।
উত্তৰ-
‘লঘোন’ শব্দটোৰ অৰ্থ ‘লঘোন’ পদ্য়টোৰ কথাখিনিৰ লগত মিলিছেনে ? যদি মিলা নাই , কিয় মিলা নাই লিখা।
উত্তৰ-
চমু টোকা লিখাঃ
(ক) মালভোগ কলঃ
উত্তৰ-
(খ) গাখীৰৰ সৰঃ
উত্তৰ-
(গ) আচাৰঃ
উত্তৰ-
(ঘ) পাপৰঃ
উত্তৰ-
উদাহৰণত দেখুওৱাৰ দৰে তলৰ ক্ৰিয়াবোৰৰ নঞৰ্থক ৰূপ লিখা ।
ন + চায় = নাচায় বা নেচায়
ন + কাটে =
উত্তৰ-
ন + পালে =
উত্তৰ-
ন + খালে =
উত্তৰ-
এটা শব্দত প্ৰকাশ কৰা।
ক) ভোকত আতুৰ হোৱা লোক-
উত্তৰ-
খ) নিয়মমতে খৰচ কৰা লোক-
উত্তৰ-
গ) বেছিকৈ ভাত খোৱা লোক-
উত্তৰ-
ঘ) ৰন্ধা -বঢ়া কৰা তিৰোতা-
উত্তৰ-
বাক্য ৰচনা কৰাঃ
কল (সুখাদ্য ফল বিশেষ)-
উত্তৰ-
কল (যন্ত্র)–
উত্তৰ-
চিৰা (ফুট কঢ়া ধান ভাজি চেপেটাকৈ খুন্দি উলিওৱা চাউল)-
উত্তৰ-
চিৰা (ছেই, গুটিৰ দীঘলীয়া ভঁৰাল)-
উত্তৰ-
দৈ (দৈ গাখীৰ)-
উত্তৰ-
দৈ (বাঁহৰ চেপেটা আৰু মিহি কাঠি )-
উত্তৰ-
আলু (এবিধ পাচলি)-
উত্তৰ-
আলু (দাঁতৰ গুৰি)-
উত্তৰ-
কোণ (চুক)-
উত্তৰ-
কোন (প্রশ্নবােধক শব্দ)-
উত্তৰ-
বহলাই লিখাঃ
অল্প অৰ্জন, বিস্তৰ ভোজন,
সেই পুৰুষৰ দৰিদ্ৰ লক্ষণ।।
উত্তৰ-