ইংৰাজ সাম্ৰাজ্যৰ সম্প্ৰসাৰণ
Chapter 2
১) কি আৰু কি যুদ্ধৰ ভাৰতত ইংৰাজ শক্তিক প্ৰতিষ্ঠা কৰিছিল ?
উত্তৰ ঃপলাচী আৰু বক্সাৰ যুদ্ধৰ ভাৰতত ইংৰাজ শক্তিক প্ৰতিষ্ঠা কৰিছিল।
২) কিমান খ্ৰি.ৰ চিপাহী বিদ্ৰোহে ভাৰতৰ শাসন ব্যৱস্থালৈ ব্যাপক পৰিৱৰ্তন আনিছিল ?
উত্তৰ ঃ 1857 খ্ৰি.ৰ চিপাহী বিদ্ৰোহে ভাৰতৰ শাসন ব্যৱস্থালৈ ব্যাপক পৰিৱৰ্তন আনিছিল ।
৩) কিমান খ্ৰি.ত লৰ্ড অকলেণ্ড ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হৈ আহে ?
উত্তৰ ঃ 1839 খ্ৰি.ত লৰ্ড অকলেণ্ড ভাৰতৰ গৱৰ্ণৰ জেনেৰেল হৈ আহে।
৪) লৰ্ড অকলেণ্ডৰ আমোলত ক’ম্পেনিয়ে কিমান খ্ৰি.ত আফগানিস্তান আক্ৰমণ কৰিছিল ?
উত্তৰ ঃ লৰ্ড অকলেণ্ডৰ আমোলত ক’ম্পেনিয়ে 1839 খ্ৰি.ত আফগানিস্তান আক্ৰমণ কৰিছিল।
৫) ছাৰ চাৰ্লছ নেপিয়াৰৰ নেতৃত্বত কিমান খ্ৰি.ত এলেনবৰোৱে সিন্ধু ৰাজ্য দখল কৰিবলৈ এদল কি পঠিয়ায়?
উত্তৰ ঃ ছাৰ চাৰ্লছ নেপিয়াৰৰ নেতৃত্বত 1842 খ্ৰি.ত এলেনবৰোৱে সিন্ধু ৰাজ্য দখল কৰিবলৈ এদল ইংৰাজ সৈন্য পঠিয়ায়।
৬) কিমান খ্ৰি.ৰ কিমান জুন তাৰিখে ৰণজিত সিঙৰ সৃত্যু হয় ?
উত্তৰ ঃ 1839 খ্ৰি.ৰ 27 জুন তাৰিখে ৰণজিত সিঙৰ মৃত্যু হয়।
৭) কিমান খ্ৰি.ত ভাৰতত ক’ ম্পেনিৰ একচেটিয়া বাণিজ্য অধিকাৰ বিলোপ ঘটাত মুক্ত বাণিজ্য নীতি প্ৰচলিত হয় ?
উত্তৰ ঃ 1813 খ্ৰি.ত ভাৰতত ক’ ম্পেনিৰ একচেটিয়া বাণিজ্য অধিকাৰ বিলোপ ঘটাত মুক্ত বাণিজ্য নীতি প্ৰচলিত হয় ।
৮) কিমান খ্ৰি.ত ইংৰাজ বিষয়া মেকনগটন আৰু সহযোগী ট্ৰেভ’ৰক হত্যা কৰিলে ?
উত্তৰ ঃ 1841 খ্ৰি.ত ইংৰাজ বিষয়া মেকনগটন আৰু সহযোগী ট্ৰেভ’ৰক হত্যা কৰিলে।
৯) ৰণজিত সিঙৰ পত্নীৰ নাম কি ?
উত্তৰঃ ৰণজিত সিঙৰ পত্নীৰ নাম নাম হ’ল ঝিন্দানক ।
১০) লৰ্ড অকলেণ্ডৰ আমোলত ক’ম্পেনিয়ে কিমান খ্ৰি.ত আফৰানিস্তান আক্ৰমণ কৰিছিল ?
উত্তৰ ঃ লৰ্ড অকলেণ্ডৰ আমোলত ক’ম্পেনিয়ে 1839 খ্ৰি.ত আফৰানিস্তান আক্ৰমণ কৰিছিল ।
১১) কিমান খ্ৰি.ৰ কি মাহত ক’ম্পেনিয়ে দোস্ত মহম্মদক মুকলি কৰি দি আফগানিস্তানৰ আমীৰ বুলি স্বীকৃতি দিবলৈ বাধ্য হৈছিল ?
উত্তৰ ঃ 1842 খ্ৰি.ৰ অক্ট’বৰ মাহত ক’ম্পেনিয়ে দোস্ত মহম্মদক মুকলি কৰি দি আফগানিস্তানৰ আমীৰ বুলি স্বীকৃতি দিবলৈ বাধ্য হৈছিল ।
১২) কাৰ নেতৃত্বত শিখ সাম্ৰাজ্য বিখ্যাত হৈ পৰিছিল ?
উত্তৰ ঃ ৰণজিত সিঙৰ নেতৃত্বত শিখ সাম্ৰাজ্য বিখ্যাত হৈ পৰিছিল।
১৩) ৰণজিত সিঙৰ পুত্ৰৰ নাম কি ?
উত্তৰ ঃ ৰণজিত সিঙৰ পুত্ৰৰ নাম হ’ল দীলিপ সিঙৰ।
১৪) লৰ্ড মেক’ল কি আছিল ?
উত্তৰ ঃ লৰ্ড মেক’ল আছিল বেণ্টিংকৰ সময়ৰ গৱৰ্ণৰ জেনেৰেলৰ উপদেষ্টা পৰিষদৰ আইন সদ্যস ।
১৫) কিমান খ্ৰি.ত লৰ্ড এলেনবৰোৰ পিছত লৰ্ড হাৰ্ডি়ঞ্জে ভাৰতৰ শাসনভাৰ গ্ৰহণ কৰে ?
উত্তৰ ঃ 1844 খ্ৰি.ত লৰ্ড এলেনবৰোৰ পিছত লৰ্ড হাৰ্ডি়ঞ্জে ভাৰতৰ শাসনভাৰ গ্ৰহণ কৰে।
Type : Dimpi Bora
Post ID :DABP005779